• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ তিনি মাহৰ কাৰণে বৃদ্ধি পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 2, 2018 11:40 am
haflong3
353
VIEWS
Share on FacebookShare on Twitter

নানা জল্পনা কল্পনাৰ অৱসান পেলাই ৰাজ্যপালে ৪ ডিচেম্বৰৰ পৰা দ্বিতীয় বাৰলৈ তিনি মাহৰ কাৰণে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰিলে।

ৰাজ্যপালেৰ আদেশানুসাৰে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰাজীব বৰাই স্বাক্ষৰ কৰা চৰকাৰী নিৰ্দেশত উল্লেখ কৰা হয় যে এই তিনি মাহৰ বৰ্দ্ধিত কাৰ্যকালৰ সময়চোৱাত পৰিষদৰ সামগ্ৰিক নিৰ্বাচনী কামকাজ সামৰি লোৱা হ’ব।

20181202_091048
অতিৰিক্ত মুখ্য সচিবৰ পত্ৰখন।

উল্লেখযোগ্য যে যোৱা বছৰৰ ৩ জুন তাৰিখে একাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকালৰ অন্ত পৰিছিল। কিন্তু ৰাজ্যপালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অজুহাতত পৰিষদৰ কাৰ্যকাল ছ’মাহলৈ বৃদ্ধি কৰে। ইয়াৰ লগে লগে হাফলঙৰ  প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে আদালতত জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰে।

উক্ত আবেদনৰ পৰিপ্ৰেক্ষিতত যোৱা ৮ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰ চুড়ান্ত ৰায়ত আগন্তুক ১৫’ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে।

এতিয়া ৰাজনৈতিক নেতাকৰ্মী সকলে নিৰ্বাচনী জাননীৰ অপেক্ষা কৰিছে। অহা জানুৱাৰী মাহত মাঘ বিহুৰ পাছতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

Recent News

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

ফটা বাঁহ জোৰা লাগিবনে? এইবাৰ ইলন মাস্কে ক’লে, ‘মোৰ অবিহনে ট্ৰাম্প জিকিবই নোৱাৰিলেহেঁতেন’

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd