• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক ষড়যন্ত্ৰ নে অইন কিবা? ‘অগপ’ নেতাৰ হত্যাত জড়িত এজনক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2018 8:45 am
iStock-handcuff_611631070 (500 x 334)

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ আগে আগে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত গণবিন্নাত ৩ ডিচেম্বৰৰ মাজ নিশা হাফিজ উদ্দিন নামৰ এজন অগপ নেতাক কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পাছত কালিৰ দিনটো সমগ্ৰ অঞ্চলটোতে এক চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা দেখা যায়।

অগপ নেতাজনৰ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত অঞ্চলবাসীয়ে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন আৰু মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতা ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Apply Now

সমগ্ৰ ঘটনাটোৰ তদন্ত ক্ষীপ্ৰতাৰে আৰম্ভ কৰি বিভিন্ন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অনুসন্ধানকাৰী আৰক্ষীয়ে দেলবৰ আলী নামৰ এজন লোকক ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে। আৰক্ষীয়ে লোকজনৰ পৰা অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে।

নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দেলবৰ আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাত হাফিজ উদ্দিনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক তথা অগপৰ দলীয় নেতা-কৰ্মীসকলে সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয়।

ইফালে বিভিন্ন জনে এই হত্যাকাণ্ডক ৰাজনৈতিক আখ্যা দিব বিচাৰি আছিল যদিও আৰক্ষীয়ে এই অভিযোগ খণ্ডন কৰে। ‘এই ঘটনাৰ লগত কোনো ৰাজনৈতিক দল জড়িত নহয়, ভূমি বিবাদৰ ফলতহে এনে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে’। তদন্তকাৰী আৰক্ষীয়ে এই মন্তব্য কৰে।

আনহাতে অগপ নেতাজনৰ হত্যাৰ লগত জড়িত থকা সকলো দুষ্কৃতিকাৰীকে অতি শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে মাণিকপুৰ থানাৰ অন্তৰ্গত ৬নং জামদহাৰ নিবাসী তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ অতিকৈ ঘনিষ্ঠ অগপ নেতাজনে ভাণ্ডাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত জামদহাৰ ১০নং ৱাৰ্ডৰ পৰা একেৰাহে দহ বছৰ কাল পঞ্চায়ত সদস্য হৈছিল তথা অঞ্চলটোত অগপৰ ভেটি মজবুত কৰাত যথেষ্ট অৰিহনা আছিল।

কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নিজৰে ভাতৃক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা বাবে বা অঞ্চলটোত অগপৰ ভেটি পূৰ্বতকৈও মজবুত হোৱা দেখি তেওঁক এইদৰে হত্যা কৰা বুলি বিভিন্ন জনৰ লগতে নিজৰে ভাতৃ ইন্তাজ আলীয়ে অভিযোগ কৰে।

হাফিজ উদ্দিনৰ হত্যাৰ লগত দেলবৰ আলী মণ্ডল, মহিৰ উদ্দিন, ছাহজাহান আলী, মহৰ আলী, হাৰুন ৰচিদ আৰু আব্দুল মালেক নামৰ লোক কেইজন জড়িত থকা বুলি ভাতৃ ইন্তাজে আৰক্ষীৰ আগত প্ৰত্যক্ষ অভিযোগ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd