• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিফুত সাহসী শিশুৱে ৰক্ষা কৰিলে আন এটি শিশুৰ জীৱন

নংগি তেৰাং by নংগি তেৰাং
December 6, 2018 6:58 pm
Klarmir Engtipi with her father Sarmon Engti
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ ৰাজধানী ডিফুত এটি সাহসী শিশুৱে নিজৰ উপস্থিত বুদ্ধিৰ বলত আন এটা কণমাণি শিশুৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ্য হৈছে। শেহতীয়া প্ৰতিৱেদন অনুসৰি, ক্লাৰ্মিৰ ইংতিপি নামৰ ২ বছৰ ৮ মাহ বয়সীয়া শিশুটিয়ে তেওঁৰ ভতিজা চাৰ্কল তিমুংপিক ডুবি মৃত্যুৰ মুখত পৰাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়।

এই প্ৰত্যুৎপন্নমতিত্ব সম্পন্ন শিশুটোৱে তাইৰ ককাক ছেমছন ইংতি আৰু আইতাক ৰাণী বেইপিৰ ডিফু চহৰত থকা ঘৰলৈ ফুৰিবলৈ আহিছিল। সিদিনা আছিল নৱেম্বৰৰ ১২ তাৰিখ। শিশুটিয়ে হিদিপিৰ পৰা ডিফুৰ লৰুলাংছোলৈ সেইদিনা ফুৰিবলৈ আহিছিল। শিশুটিৰ আইতাকে জনোৱা মতে শিশুটি অত্যন্ত বুধিয়ক আৰু প্ৰয়োজনত অচিনাকি লোকৰ সৈতে কথা পাতিবলৈ সংকোচ নকৰে।

Apply Now

১২ নৱেম্বৰৰ দুপৰীয়া শিশুটি আৰু তাইৰ ২ বছৰতকৈও কম বয়সীয়া ভতিজা চাৰ্কলে ইফালে সিফালে ঘূৰা-ফিৰা কৰি আছিল। সেই সময়ত কাৰ্বিসকলৰ পৰম্পৰাগত উৎসৱ কাৰ্কলি অনুষ্ঠিত হৈ আছিল। সেই সময়তেই ক্লাৰ্মিলৰ চকুৰ আগতেই চাৰ্কেল ওচৰৰে পুখুৰীত পৰি যায়।

ক্লাৰ্মিলে কান্দি থকা সময়তেই স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ঘৰত থবলৈ এখন অটো ৰিক্সা আহে। অটো চালক ৰাজেশ টোকবিয়ে কিবা এটা নহ’বলগীয়া ঘটনা ঘটনা ঘটা বুলি গম পায়। শিশু ক্লাৰ্মিলে আঙুলিৰে তেওঁৰ হাতত ধৰি লৈ যায়। পুখুৰী পাৰলৈ গৈ কাৰ্মিলে পানীলৈ দেখুৱাই দিয়ে যদিও একো দেখা পোৱা নগৈছিল।

সময় নষ্ট নকৰি, টোকবিয়ে পানীলৈ নামি যায় আৰু চাৰ্কলক পানীৰ পৰা উঠাই আনে। ইতিমধ্যে পুখুৰীৰ পাৰত মানুহ গোট খায় আৰু তেওঁলোকে শিশুটিৰ পিতৃ-মাতৃক খবৰ দিয়ে। কিছু দিন চিকিৎসালয়ত থকাৰ পাছত শিশুটি সুস্থ হৈ উঠে।

ক্লাৰ্মিল হিদিপিৰ চিনথং ইংতি গাঁৱৰ ছাৰমন ইংতিৰ জীয়ৰী। ক্লাৰ্মেলক এতিয়ালৈকে প্ৰিপায়াৰেটৰী স্কুলত নামভৰ্তি কৰোৱা হোৱা নাই।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd