• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘যৌন নিৰ্য্যাতনেৰে’ অৰ্ণৱ গোস্বামীক লাজত পেলালে অসমৰ সাংবাদিকে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2018 8:55 pm
anirudha-750x375

অভিযুক্ত সাংবাদিক অনিৰুদ্ধ ভকত চুতীয়া। ছবি- ফে’চবুকৰ পৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্ণৱ গোস্বামীক অস্বস্তিত পেলাই এগৰাকী যুৱতী সাংবাদিকক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত হৈছে ৰিপাব্লিক টি ভিৰ অসমৰ সংবাদদাতা অনিৰুদ্ধ ভকত চুতীয়া।

গুৱাহাটীস্থিত যুৱতী সাংবাদিকগৰাকীৰ অভিযোগৰ ভিত্তিত দিচপুৰ আৰক্ষী থানাত যোৱা ১ ডিচেম্বৰত ভকতৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৪১ (আবদ্ধ কৰি ৰখা), ৩৯২ (ডকাইতি), ৩৫৪ (শালীনতা হানিৰ বাবে মহিলাক আক্ৰমণ বা জোৰ জবৰদস্তি), ৩২৩ (ইচ্ছাকৃতভাৱে আঘাত কৰা), ৫০৬ (অপৰাধমূলক ভীতি প্ৰদৰ্শন) আৰু ৩৪ (একে অভিপ্ৰায়েৰে কেইবাজনৰো সংগঠিত অপৰাধ) ধাৰাত এটা গোচৰ (৩৬৩৭/১৮) ৰুজু হৈছে।

Apply Now

দিচপুৰ আৰক্ষীয়ে অভিযুক্ত সাংবাদিকগৰাকীক ১ ডিচেম্বৰৰ ৰাতিয়ে আটক কৰিছিল যদিও পিছত ভাৰতীয় দণ্ডবিধিৰ ৪১ (এ) ধাৰাত তেওঁক মুকলি কৰি দিয়ে। অভিযুক্ত সাংবাদিকগৰাকীৰ এই মুক্ত বিচৰণৰ আঁৰত আছে ৰিপাব্লিক টিভিৰ “সাংবাদিক” পৰিচয়, ঘটনাটোৰ অনুসন্ধান কৰা নৰ্থ ইষ্ট নাও-ৰ সাংবাদিকৰ আগত এই অভিযোগ যুৱতী সাংবাদিকগৰাকীৰ।

“ৰাতিয়ে মোৰ ‘মেডিকেল’ পৰীক্ষা কৰোৱাৰ পিছত, প্ৰতিবেদনত সকলো উল্লেখ থকাৰ পিছত, তাক আৰু তাৰ লগৰটোক দিচপুৰ আৰক্ষীয়ে আটক কৰি অনাৰ পিছত কিয় এৰি দিলে?” যুৱতীগৰাকীৰ প্ৰশ্ন।

FIR-done
যুৱতীগৰাকীৰ এজাহাৰৰ প্ৰতিলিপি।

দিচপুৰ আৰক্ষীয়েও ঘটনাটোক লৈ মুখ খুলিব নোখোজা পৰিলক্ষিত হৈছে। গোচৰ ৰুজু কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটোত আৰক্ষীৰ ভূমিকাক লৈয়ো আঙুলি তুলিছে যুৱতী সাংবাদিকগৰাকী।

যুৱতীগৰাকীৰ অভিযোগ মতে ঘটনাৰ ৰাতি গুৱাহাটীৰ জয়ানগৰৰ এটা গলিত ডিঙিত চুৰি লগাই নিজৰ কোঠালৈ নি তেওঁক যৌন নিৰ্য্যাতন চলাইছিল অভিযুক্তজনে।

“মোক যিধৰণে চিঞৰ বাখৰ কৰাৰ পিছতো লৈ গৈছে আপুনি কিদনেপ বুলি ক’ব পাৰে। উঠাই নিয়াৰ পিছত molest কৰিছে। আৰু মই যেতিয়া চিঞৰ বাখৰ কৰিছো তেতিয়া টেঁটু চেপিছে, মাটিত বগৰাই পেলাইছে। লগত থকাজন মদ খাই একেবাৰে ক’ব নোৱাৰে।…বহু সময় যুঁজ-বাগৰৰ পিছত মই মোৰ মানুহক ফোনত যোগাযোগ কৰিব পাৰিলো। সিহঁতে ঘৰটোৰ গে’টত তলা লগাই থৈছিল। মোক গে’ট বগাই পাৰ হৈ তেওঁলোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰি দিচপুৰ থানালৈ আনিছে,” ঘটনাৰ বিৱৰণী অভিযোগকাৰী সাংবাদিকগৰাকীৰ।

আনহাতে অভিযুক্ত সাংবাদিক অনিৰুদ্ধ ভকত চুতীয়াক যোগাযোগ কৰাত তেওঁ কিয় এই প্ৰশ্ন সুধিছে বুলিহে নৰ্থ ইষ্ট নাও-ক ওলোটাই প্ৰশ্ন কৰে। “মই একো মন্তব্য কৰিব নোখোজো। মোক কিয় সুধিছে? আপুনি এই বিষয়ে লিখিব খুজিছে নেকি?” এই প্ৰশ্ন ভকতৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd