• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটৰ স্বাৰ্থতেই নে সঁচাকৈয়ে মনৰ কথা ক’লে মুখ্য মন্ত্ৰী সোণোৱালে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 6, 2018 10:42 pm
05-12-18 Silchar- CM panchyut election campaigning (3)

বৰাকত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চাৰিওফালে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মূহুৰ্ততো জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে নিমাতী কন্যাৰ ৰূপ লৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাত। তাৰ বিপৰীতে বৰাকবাসীক সন্তুষ্ট কৰিবলৈ বিধেয়কৰ সপক্ষে বৰাকত মুখ খুলিলে মুখ্য মন্ত্ৰী সোণোৱালে। ব্ৰহ্মপুত্ৰ উপত্যকাত জাতিধ্বংসী বিধেয়কক লৈ নিশ্চুপ হৈ থাকিলেও বৰাক উপত্যকাত মাত ওলোৱা  মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেতবোৰ মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে, জাতিধ্বংসী বিধেয়কক লৈ সোণোৱালে ‘অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰাকৈ কোনো সিদ্ধান্তই লোৱা নহয়’ বুলি মন্তব্য কৰাৰ বিপৰীতে বৰাক উপত্যকাৰ বাঙালী লোকসকলক শংকিত নহ’বৰ বাবে অভয়বাণী শুনায় মুখ্য। প্ৰশ্ন হয় ভোটৰ স্বাৰ্থতেই নে সঁচাকৈয়ে মনৰ কথা ক’লে মুখ্য মন্ত্ৰী সোণোৱালে?

Apply Now

তদুপৰি লক্ষীপুৰ সমষ্টিৰ কয়লাপুলত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এনআৰচিৰ বাবে অলপো শংকিত নহ’বৰ বাবে আহ্বান জনায় বৰাকবাসীক।

তাৎপৰ্য্যপূৰ্ণভাৱে বিধেয়কক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকা জাতীয় দল-সংগঠনক লৈ শংকিত নহ’বলৈ বৰাকবাসীক তেওঁ অনুৰোধ জনায়। তেওঁ কয়, ‘বিধেয়কক লৈ কিছুমান অপশক্তিয়ে আপোনালোকক ভয় খুৱাইছে। আপোনালোক কেতিয়াও শংকিত নহ’ব।‘

‘বৰাকবাসীৰ নিৰাপত্তা ৰক্ষাৰ দায়িত্ব বিজেপি চৰকাৰৰ।‘ বৰাকবাসীৰ প্ৰতি এই আশ্বাস সোণোৱালৰ।

বৰাকবাসীক উদ্দেশ্যি সোণোৱালে লগতে কৈছিল, ‘বৰাকবাসীৰ আশীৰ্বাদত এই অভাজন মুখ্য মন্ত্ৰী হৈছে। মই আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম।‘

বৰাক উপত্যকাত সোণোৱালৰ এনেবোৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত অনুসূচীত যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কয়, ‘সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত ভোটৰ ৰাজনীতিৰে বৰাক-ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত অসমীয়া জাতীয় জীৱনলৈ ভয়াবহ বিষবাস্প বিয়পাই দিছে।‘

‘অসমীয়া ৰাইজে এনেকুৱা জাতিধ্বংসী কামৰ বাবে আগবঢ়াৰ বাবে জাতীয় নায়কৰ পৰা জাতীয় খলনায়ক আখ্যা দিছে। তেওঁ বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত বিভাজন ঘটাই কেৱল পঞ্চায়ত নিৰ্বাচনত বাঙালী ভোটৰ আশাত নিকৃষ্ট আৰু সস্তীয়া ৰাজনীতিৰ আশ্ৰয় লৈছে। ই কেৱল গৰিহনাৰ যোগ্য নহয়, ই ক্ষমাৰো অযোগ্য।‘ এই মন্তব্য দাসৰ।

তদুপৰি, সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰীয়ে সোণোৱালৰ এই মন্তব্যৰ ঘোৰ বিৰোধিতা কৰাৰ লগতে গৰিহনাও দিয়ে।

তেওঁ কয়, ‘মুখ্য মন্ত্ৰীৰ এনেবোৰ বক্তব্য অতিশয় দুৰ্ভাগ্যজনক। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কোনো গুৰুত্ব নাথাকিব।‘

আনহাতে, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়, ‘খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা নাভাৱে সোণোৱালে। তেওঁ বৰ্তমান হিন্দু বাংলাদেশীৰ প্ৰেমত ডুব গৈ আছে।‘

প্ৰণিধানযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ব্ৰহ্মপুত্ৰ উপত্যকাত সাংবাদিকৰ পৰাও পলায়নবাদী ভূমিকা পালন কৰিছিল মুখ্য মন্ত্ৰী সোণোৱালে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd