• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ ফলে দিব পৰা সম্ভাৱনা : মূৰ দাঙি থাকিব নে হিমন্তৰ কটাক্ষ দৈনিক মূৰ পাতি ল’ব?

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
December 7, 2018 5:41 pm
himanta biswa sarma with atul bora

অতুল বৰাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১২ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ লগে লগে কোনে কোন পঞ্চায়ত কোন দলে কি অংকৰে দখল কৰে সেইটোতকৈ আন এটা কথাহে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব। কথাটো হ’ল অগপ দলটোৱে কিমান ভোট বা আসন পালে? এই প্ৰশ্নৰ ওপৰতে আগন্তুক পৰৱৰ্তী নিৰ্বাচনবোৰকে ধৰি অগপ দলটোৰ সামগ্ৰিক ৰাজনৈতিক ভৱিষ্যতৰ এটা মোটামুটি ছবি নিৰ্ভৰ কৰিব বুলি ক’ব পাৰি।

যদি অগপই আশা কৰা ধৰণৰ বা তাতকৈ ভাল ফল আনিবলৈ সক্ষম হয়, তেতিয়া মিত্ৰ দলটোৰ ওচৰত আগতকৈ বুকু ফুলাই কথা ক’ব পাৰিব বা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আগতকৈ বেছি দৃঢ়তা দেখুৱাব পাৰিব। যদি তেনেই হয়, সি দলটোৰ লগতে নিঃসন্দেহে অসমীয়া জনগণৰ বাবেও লাভদায়ক হ’ব।

Apply Now

কিন্তু এইটো প্ৰশ্নও সমানেই গুৰুত্বপূৰ্ণ যে যদি অগপই প্ৰত্যাশিত ফল নাপায়, তেতিয়া কি হ’ব? মিত্ৰ দলটোৰ আগত অগপই মূৰ দাঙি কথা ক’ব পৰা সাহসকণ ৰ’বগৈ নে? তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল, খুব সম্ভৱ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষৰ চোক বাঢ়ি যাব আৰু অগপ হ’ব মন্ত্ৰীজনৰ ৰুচিহীন বিদ্ৰূপবোৰৰ নৈমিত্তিক উপাদান।

মন কৰিব পাৰি যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপ দলটোক উপৰ্য্যুপৰি কটাক্ষ কৰি আহিছে। আনকি কংগ্ৰেছেও অগপক সিমান চোকা সমালোচনাৰে থকাসৰকা কৰা নাই, যিমান কৰিছে মিত্ৰতাৰ চৰকাৰখনৰ মন্ত্ৰী হিমন্তই।

গতিকে এইটো সহজেই অনুমেয় যে পঞ্চায়ত নিৰ্বাচনৰ ফল অগপৰ বাবে এটা মাইলৰ খুঁটি স্বৰূপ। যদিও পঞ্চায়ত দখল কৰাটো সিমান গুৰুত্বপূৰ্ণ নহয়, এই নিৰ্বাচনৰ ফলেই দলটোৰ ৰাজনৈতিক ভৱিষ্যতৰ ছবি নিৰ্ণয় কৰিব।

যদি পঞ্চায়ত নিৰ্বাচনত অগপই সন্তোষজনক ফল এটা লাভ কৰিব নোৱাৰে, পৰৱৰ্তী নিৰ্বাচন এটাৰ জৰিয়তে পুনৰ মূৰ দাঙি নুঠালৈকে মিত্ৰ দল বিজেপিৰ ওচৰত চকু তুলি কথা ক’ব নোৱাৰিব দলটোৱে। আনহাতে যদি অভাৱনীয় ভাল ফল লাভ কৰে তেওঁলোকে লোকসভা নিৰ্বাচনৰ বাবে অকলে যুঁজাৰ টঙালি বন্ধাৰ সাহসকণো তাৰ পৰাই গোটাব পাৰে। দলৰ নেতৃত্ব দুয়োটা কথাৰ বাবে সাজু থাকিব লাগিব।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

July 23, 2026 10:17 am
প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd