• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰিপাব্লিক টিভি সাংবাদিকৰ ‘যৌন নিৰ্য্যাতন’ৰ গোচৰ: ‘পাল’ মাৰিছে আৰক্ষীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2018 11:53 pm
anirudha-750x375

অভিযুক্ত সাংবাদিক অনিৰুদ্ধ ভকত চুতীয়া। ছবি- ফে’চবুকৰ পৰা।

350
VIEWS
Share on FacebookShare on Twitter

নাৰী নিৰ্য্যাতনৰ বিৰুদ্ধে কঠোৰতা আৰু ফাষ্ট ত্ৰেক ক’ৰ্টৰ দৰে ব্যৱস্থাৰ কথা চৰকাৰে দোহাৰি থকাৰ পৰতে খোদ অসমৰ ৰাজধানীস্থিত দিচপুৰ আৰক্ষী থানাৰ বিৰুদ্ধেই অভিযোগ উঠিছে “নিৰ্য্যাতিতা”কে “বিপথে” পৰিচালিত কৰাৰ।

ৰিপাব্লিক টিভিৰ অসমৰ সংবাদদাতা অনিৰুদ্ধ ভকত চুতীয়াৰ বিৰুদ্ধে গুৱাহাটীৰে এগৰাকী সাংবাদিকে ৰুজু কৰা গোচৰ (৩৬৩৭/২০১৮) সন্দৰ্ভত নৰ্থ ইষ্ট নাও-এ চলোৱা অনুসন্ধানত পোহৰলৈ আহিছে এই ঘটনা।

ঘটনাৰ ৰাতি এজাহাৰ দাখিলৰ গোটেই প্ৰক্ৰিয়াটোত আৰক্ষীয়ে “পাল মৰা (casually)”, “বিপথে” পৰিচালিত কৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰা (নাৰীৰ শালীনতা হানিৰ চেষ্টা)ৰ দৰে গুৰুতৰ অভিযোগ থকাৰ পিছতো দণ্ডাধীশৰ সন্মুখত আৰক্ষীয়ে জৱানবন্দী ৰেকৰ্দ নকৰাৰ অভিযোগো উত্থাপন কৰিছে মহিলাগৰাকীয়ে।

ঘটনাটোৰ তদন্তকাৰী বিষয়া বি ডেকায়ো অভিযোগকাৰীৰ জৱানবন্দী দণ্ডাধীশৰ সন্মুখত ৰেকৰ্দ নকৰাৰ কথা স্বীকাৰ কৰিছে। “দণ্ডাধীশৰ সন্মুখত তেওঁৰ জৱানবন্দী ৰেকৰ্দ কৰা হোৱা নাছিল। কিন্তু আমি তেওঁ (অভিযোগকাৰী)ক পিছদিনাও থানালৈ মাতি পঠিয়াইছিলো আৰু আমি তেওঁৰ জৱানবন্দী গ্ৰহণ কৰিছো,” নৰ্থ ইষ্ট নাও-ক জনালে ডেকাই।

আনহাতে ঘটনাৰ নিশা ১ ডিচেম্বৰতে আৰক্ষীয়ে আটক কৰা অভিযুক্ত সাংবাদিক ভকতক পিছদিনা মুকলি কৰি দিয়াৰ পিছতে তেওঁ অভিযোগকাৰী মহিলাগৰাকীৰ বিৰুদ্ধে একেখন থানাতে ভাৰতীয় দণ্ডবিধিৰ ৪৪৮, ২৯৪, ৩৫২ আৰু ৫০৬ ধাৰাৰ অধীনত ৩৬৪৪/২০১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে।

অৱশ্যে ঘটনাৰ ৰাতিয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিছিল মহিলাগৰাকীৰ।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd