• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

’১৯ত লোকসভালৈ হিমন্ত বিশ্ব, জালুকবাৰীত কোন?

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
December 8, 2018 10:59 pm
who will take place of himanta biswa in jalukbari

বাওঁফালে হেমন্ত চৌধুৰী, সোঁৱে ৰাতুল শৰ্মা। ছবি- মৃদুল প্ৰীতম ডেকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভাত আৰু প্ৰতিদ্বন্দ্বিতা নকৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাব মন্ত্ৰী শৰ্ম্মা।

সংবাদমাধ্যমৰ সন্মুখত এই কথা মুকলিকৈ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে।

Apply Now

কিছু দিন পূৰ্বে হাজোত এক অনুষ্ঠানত ভাগ লৈ নৰ্থ ইষ্ট নাও-ত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে হিমন্তক গুৱাহাটী লোকসভাৰ আসন এৰি দিবলৈ সাজু বুলি মন্তব্য কৰিছিল। পিছে ১৯ত হিমন্ত বিশ্ব লোকসভালৈ গ’লে, জালুকবাৰী আসনত স্থলাভিষিক্ত কৰিব কাক?

হিমন্তৰ জালুকবাৰী বিধানসভাৰ আসনখনত কোনে কৰিব প্ৰতিদ্বন্দ্বিতা? নৰ্থ ইষ্ট নাও-ৰ এই সাংবাদিকৰ হাতত পৰা শেহতীয়া তথ্য মতে ঘনিষ্ঠ লোকক সমষ্টিটো গতাব খোজে হিমন্ত বিশ্বই।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পছন্দ কোন? পত্নী ৰিণিকি ভূঞা শৰ্মাক এই স্থান দিব বিচাৰিছে নেকি হিমন্ত বিশ্বই? শেহতীয়াকৈ হৈ যোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপকভাৱে প্ৰচাৰ অভিযান চলাইছিল হিমন্তৰ পত্নী ভূঞা শৰ্মাই।

এই লৈয়ো সমষ্টিবাসীৰ মাজত চলিছে গুণা-গঁথা। জালুকবাৰী সমষ্টিৰ মণ্ডল বিজেপি সভাপতি দুলুমণি দাসে নৰ্থ ইষ্ট নাও-ক কয়, “ৰাষ্ট্রীয় ৰাজনীতিলৈ হিমন্ত বিশ্ব শৰ্মাই খোজ পেলালে সুখী হ’ম আমি। ৰিণিকি ভূঞাই হওক বা আন কোনোৱে হওক দলে যাক প্ৰাৰ্থিত্ব দিয়ে তাকেই জালুকবাৰী সমষ্টিত আদৰিবলৈ সাজু।”

ইফালে মন্ত্ৰী শৰ্মাৰ ঘনিষ্ঠ মহলে নৰ্থ ইষ্ট নাও-ক জনাইছে হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী আসনত বিচাৰে হিমন্ত বিশ্বৰ অতিকৈ ঘনিষ্ঠ হেমন্ত চৌধুৰীক। হেমন্ত চৌধুৰীক হিমন্ত বিশ্ব শৰ্মাৰ সোঁ হাত বুলি ক’লেও ভুল কোৱা নহ’ব। হিমন্ত বিশ্ব শৰ্মাৰ লগত দীৰ্ঘদিন ছাঁৰ দৰে থাকে এইজন হেমন্ত চৌধুৰী। হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল, ব্যক্তিগত সকলো কাম অধিকাংশ এইজন হেমন্ত চৌধুৰীয়ে কৰে পৰিচালনা। হেমন্ত চৌধুৰীয়ে প্ৰাৰ্থিত্ব পালে হিমন্ত বিশ্ব শৰ্মা সুখী হ’ব। ইতিমধ্যে জালুকবাৰী সমষ্টিত চৰ্চা চলিছে হেমন্ত চৌধুৰীৰ নাম।

তাৰ মাজতে চৰ্চা চলিছে হিমন্তৰ দ্বিতীয় পছন্দ প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ যুৱ নেতা তথা হিমন্তৰ লগত অতিকৈ ঘনিষ্ঠ হাজোৰ যুৱ নেতা ৰাতুল শৰ্মাৰ নাম। ইতিমধ্যে লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা সন্দৰ্ভত দিল্লীক জনাইছে হিমন্ত বিশ্বই।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd