• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগপ অসমত হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে : ৰঞ্জিত কুমাৰ দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
December 9, 2018 10:00 am
Ranjit-Das

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস। ফাইল ফটো

2.4k
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ পাছতে অগপ-বিজেপিৰ মিত্ৰতা ভংগ হ’ব পাৰে। চৰকাৰত থাকিও ৰাজ্য চৰকাৰৰ কাম-কাজক সমালোচনা কৰা অগপৰ বিৰুদ্ধে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে প্ৰতিবেদন প্ৰেৰণ কৰিছে। অৱশ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বইহে মিত্ৰতা ভংগৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

সংবাদ মাধ্যমৰ আগত শনিবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। তেওঁ কয় যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশতহে অসমত অগপৰ সৈতে মিত্ৰতা হৈছিল। সোয়েহে মিত্ৰতা ভংগৰ সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বইহে ল’ব পাৰিব। পঞ্চায়ত নিৰ্বাচনৰ পাছতে এই বিষয়ে অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথাও দাসে জানিবলৈ দিয়ে।

মিত্ৰতাৰ প্ৰসংগত অগপৰ অৱদান সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে বিগত লোক সভাৰ নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা নথকা সত্ত্বেও বিজেপিয়ে সাতখন আসন লাভ কৰিছিল। আনহাতে, বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ৬৯খন আসন লাভেৰে প্ৰথম স্থানত আছিল। গতিকে, অগপৰ সৈতে মিত্ৰতা ভংগ হ’লেও বিজেপিৰ ক্ষতি নহয়।

তেওঁ লগতে কয়, ‘’চৰকাৰৰ অংশীদাৰ হৈ থাকিও বিজেপি চৰকাৰৰ দিনত নিৰ্মাণ কৰা পথ উদ্বোধন কৰি অগপ নেতৃত্বই বিজেপি চৰকাৰক গালি পাৰে।‘’ এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় নেতৃত্বক তথ্যসহ অৱগত কৰিব বুলিও জানিবলৈ দিয়ে।

অসমৰ ৰাইজ চৰকাৰৰ কাম-কাজত সন্তুষ্ট বুলি ব্যক্ত কৰি পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক ভোট লাভ কৰিব বুলিও দাসে দাবী কৰে।

ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয় যে বদৰুদ্দিন আজমলক প্ৰত্যাখ্যান কৰি নামনি অসমত ধৰ্মীয় সংখ্যালঘু ভোটাৰেও আনকি বিজেপিক আদৰি লৈছে। ইপিনে,পঞ্চায়ত নিৰ্বাচনৰ পাছতে অগপ যে অসমত হাঁহিয়াতৰ পাত্ৰ হৈছে সেয়া স্পষ্ট হৈ পৰিব বুলি অগপক কটাক্ষ কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd