• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰৰ ৰিপু সংৰক্ষিত বনাঞ্চলত এন ডি এফ বি(এছ)ৰ ২জন কেডাৰ আটক

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 10, 2018 5:11 pm
NDFB(S)
364
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ ৰিপু সংৰক্ষিত বনাঞ্চলত আজিৰ পুৱাৰ ভাগত কোকৰাঝাৰ আৰক্ষী আৰু ২১০ নং বেটেলিয়ন কোবৰা বাহিনীয়ে এক যুটীয়া অভিযান চলাই দুজন সন্দেহযুক্ত এন ডি এফ বি(এছ)ৰ কেডাৰক আটক কৰে।

আটকাধীন কেডাৰ দুজনক কোকৰাঝাৰ জিলাৰ ছেফ্ৰাংগুৰী আৰক্ষী থানাৰ অন্তৰ্গত হাজৰিকা গাঁৱৰ বিৰহাং ৱাৰিৰ পুত্ৰ ৰবিন ৱাৰি উৰফে ৰৌ ৰৌ (২৪) আৰু চিৰাং জিলাৰ চিদ্লী আৰক্ষী থানাৰ অন্তৰ্গত গেলাবাৰী গাঁৱৰ জোনা নাৰ্জাৰীৰ কন্যা ৰিছিমা নাৰ্জাৰী (১৮) উৰফে এন ৰুজু বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা ৰিপু সংৰক্ষিত বনাঞ্চলত এন ডি এফ বি(এছ)ৰ কেডাৰৰ উপস্থিতি সন্দৰ্ভত খবৰ লাভ কৰি আৰক্ষী আৰু কোবৰা বাহিনীয়ে আজি পুৱা প্ৰায় ৫:৪৫ বজাত বনাঞ্চলখনত যুটীয়া অভিযান চলায়।

ছেফ্ৰাংগুৰী আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ধৃত কেডাৰ দুগৰাকীৰ পৰা দুটা হেণ্ড গ্ৰেণেড, নগদ ১৪৫০ টকা আৰু দুটা পিঠিত লোৱা বেগ জব্দ কৰা হৈছে।

সপ্ৰতি নিৰাপত্তা বাহিনীয়ে জেৰা চলাই থকা ধৃত সদস্য দুজন এন ডি এফ বি (এছ)ৰ ৪২ নং গোটৰ কেডাৰ বুলি জানিব পৰা গৈছে। নিৰাপত্তা বাহিনীয়ে জনোৱা মতে ধৃত কেডাৰ দুগাৰাকী ধন দাবী, সংগঠনটোত নতুন সদস্য ভৰ্তিৰ লগতে কোকৰাঝাৰ নগৰত বিভিন্ন অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd