• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজোৰামত পৰৱৰ্তী চৰকাৰ এম এন এফৰ : পৰৱৰ্তী মুখ্য মন্ত্ৰী হ’বলৈ সাজু জোৰামথাংগা

অপর্ণা লস্কৰ by অপর্ণা লস্কৰ
December 11, 2018 2:47 pm
mnf-mizoram-750x375

ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰামৰ ৰাজধানী চহৰ আইজলকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া উৎসৱ মুখৰ পৰিৱেশ। নিৰ্বাচনত বিজয় সাৱ্যস্ত কৰি ৰাজ্যখনৰ আঞ্চলিক দল মিজো নেশ্যনেল ফ্ৰন্ট (এম এন এফ)এ বিজয় উৎসৱ পালন কৰা আৰম্ভ কৰিছে।

২৮ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ দিশত আগবঢ়াৰ সময়ত এম এন এফে ইতিমধ্যে ২০ খন আসনত জয়লাভ কৰিছে আৰু আন ৭ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

Apply Now

প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সন্মুখীন হোৱা শাসকীয় ভাৰতীয় জাতীয় কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ইয়াৰ খোপনি হেৰুওৱা হেৰুৱাইছে।

তিনিটাকৈ ধাৰাবাহিক কাৰ্যকালৰ বাবে ৰাজ্যখনত কংগ্ৰেছক নেতৃত্ব দিয়াৰ লালথান হাৱলাৰ সপোন অপূৰ্ণ হৈয়ে ৰ’ল কিয়নো জনসাধাৰণে ইয়াৰ দ্বিতীয়টো কাৰ্যকালৰ শেহৰ কেইমাহত উত্থাপিত হোৱা কেইবাটাও দুৰ্নীতিৰ অভিযোগৰ বাবে আটাইতকৈ পুৰণি দলটোক বিদায় দিলে।

এম এন এফৰ মুৰব্বী তথা প্ৰাক্তন মুখ্য মন্ত্ৰী জোৰামথাংগাই মুখ্য মন্ত্ৰী লালথান হাৱলাৰ প্ৰস্থানৰ পাছত ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী হোৱাৰ বাবে সাজু হৈছে।

চৰকাৰী তথ্য অনুসৰি মিজো নেশ্যনেল ফ্ৰন্টে ৩৮ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৩০.৭ শতাংশ ভোট।

যোৱা ২৮ নৱেম্বৰত ৰাজ্যখনত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। অহা ১৫ ডিচেম্বৰত বৰ্তমান বিধানসবাৰ কাৰ্যকালৰ অন্ত পৰিব। ৪০ জনীয়া বিধানসভাখনৰ বাবে যিকোনো দলেই ২১ খন আসন পালেই একক সংখ্যা গৰিষ্ঠতা অৰ্জন কৰিব।

বিগত ২০১৩’ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে অভিলেখ সংখ্যক ৩৪ খন আসনত বিজয় সাৱ্যস্ত কৰিছিল। ইয়াৰ বিপৰীতে এম এন এফে লাভ কৰিছিল মাত্ৰ ৫খন আসন আৰু অন্যান্যই মাত্ৰ ১খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, এইবাৰ এতিয়ালৈ ঘোষণা কৰা মুঠ ৩৫ খন আসনৰ ভিতৰত এম এন এফে ২০খন, কংগ্ৰেছে ৬ খন, জেদ পি এমে ৭খন আৰু ১খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

অপর্ণা লস্কৰ

অপর্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd