• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিন ঘোষণা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2018 9:12 pm
ahsec question paper leak

শিক্ষা সংসদৰ প্ৰতীক।

717
VIEWS
Share on FacebookShare on Twitter

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) পৰিচালনা কৰা চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হ’ব অহা ১২ ফেব্ৰুৱাৰিৰ পৰা।

অসমৰ ৭৮০টা কেন্দ্ৰত ১৫ মাৰ্চলৈকে অনুষ্ঠিত হ’ব এই পৰীক্ষা। মঙলবাৰে গুৱাহাটীত শিক্ষা সংসদৰ বৈঠকৰ পিছতে এই কথা ঘোষণা কৰিছে সচিব কমল জ্যোতি গগৈয়ে।

গগৈয়ে নৰ্থ ইষ্ট নাও-ক জনায় যে পৰৱৰ্তী এক বৈঠকৰ পিছতহে পৰীক্ষাৰ সম্পূৰ্ণ সূচী নিৰ্ধাৰণ কৰা হ’ব।

২০১৯ চনৰ এপ্ৰিলত দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ বাবে পূৰ্বতকৈ আগতীয়াকৈ এই পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছে সচিবগৰাকীয়ে।

কিছুদিন পূৰ্বে সৰ্বভাৰতীয় শিক্ষা পৰিষদৰ সন্মিলনত পৰীক্ষা আগতীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

আনহাতে পঞ্চায়তৰ ভোট গণনা অন্ত পৰাৰ পিছতে পৰীক্ষাৰ সৈতে জড়িত শিক্ষক, বিষয়া, কৰ্মচাৰীসকলক ডিচেম্বৰ মাহতে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব শিক্ষা সংসদে।

কেৱল সেয়ে নহয়, এইবাৰ পৰীক্ষাত কেইবাটাও নিয়ম সলনি হোৱাৰ লগতে নতুন নিয়ম প্ৰৱৰ্তন কৰা, স্পৰ্শকাতৰ কেন্দ্ৰত জামাৰ আৰু জি পি আৰ এছৰ ব্যৱস্থা আৰু যোৱা বছৰৰ পৰীক্ষাত খেলিমেলিৰ সৃষ্টি হোৱা কেইবাটাও কেন্দ্ৰৰ স্বীকৃতি বাতিল কৰাৰ বাবেও সিদ্ধান্ত হোৱা হৈছে, শিক্ষা সংসদৰ সূত্ৰত প্ৰকাশ।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd