• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ইম্ফলত মাৰ সম্প্ৰদায়ৰ শীতকালীন উৎসৱ ছিকোই ৰুই উদযাপন

সভাপতি ছামম by সভাপতি ছামম
December 13, 2018 11:48 am
young boys and girls presenting a dance sequence at Sikpui Ruoi Festival of Hmar community in Imphal at Tribal research institute Imphal on wednesday (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১২ ডিচেম্বৰ বুধবাৰে ইম্ফলৰ ট্ৰাইবেল ৰিছাৰ্চ ইন্সটিটিউটৰ সভাগৃহত উদযাপিত হয় ছুকোই ৰুই উৎসৱ। ঘাইকৈ শীতকালি উদযাপিত হোৱা এই উৎসৱত মুখ্য অতিথি হিচাপে যোগদান কৰে মুখ্য মন্ত্ৰী নথমবাম বীৰেন সিঙে।

এই উৎসৱৰ মুখ্য আকৰ্ষণ আছিল বৈচিত্ৰ্যময় সাংস্কৃতিক পৰিৱেশনা আৰু সমূহীয়া ভোজ। উল্লেখ্য যে যদিহে বছৰটোত খেতি-বাতি ভাল হয় আৰু কোনো মাৰি-মৰক  নহয়, তেতিয়াহে এই উৎসৱ পালিত হয়।

Apply Now

শিক্ষা মন্ত্ৰী থ ৰাধেশ্যাম সিং, মণিপুৰ পৰ্যটন কৰ্প’ৰেশ্যন লিমিটেডৰ অধ্যক্ষ ড০ ছাপম ৰঞ্জন, তিপাইমুখৰ বিধায়ক ড০ চালটনলিয়েন আমো, মিজোৰাম ইন্সটিটিউট অব মেডিকেল ইডুকেশ্যন এণ্ড ৰিছাৰ্চৰ সঞ্চালক ড০ এল ফিমোটেই উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ ৰাখি মুখ্য মন্ত্ৰী বীৰেনে কৈছে যে সম্প্ৰদায় আৰু ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা কেতিয়াও উচিৎ নহয়। ৰাজনীতি মানৱৰ সেৱাৰ বাবে হ’ব লাগে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বাস কৰা প্ৰগতিশীল, শিক্ষিত আৰু বিনয়ী সম্প্ৰদায়সমূহৰ ভিতৰত এটা হৈছে মাৰ সম্প্ৰদায়। তেওঁ কৈছে যে যে পথ যোগাযোগ উন্নত হলে ইম্ফল-ফেৰজাৱললৈকে মণিপুৰ ৰাজ্যিক পৰিবহণৰ বাছ সেৱা সম্প্ৰসাৰিত কৰাৰ কথা বিৱেচনা কৰা হ’ব।

তেওঁ আৰু কয় যে জিলাখনৰ পাৰবুং গাঁৱত আদা মহোৎসৱ অনুষ্ঠিত কৰা হেতুকে জিলাখনৰ আদা খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত আদা বিক্ৰি কৰাৰ বাবে গ্ৰাহকৰ অসুবিধাত ভুগা নাই। তেওঁ আৰু কৈছে যে জিলাখনত উৎপাদিত আদা আৰু আন আন উদ্যান-শস্য সংৰক্ষণ কৰাৰ বাবে ফেৰজৱালত এটা ক্ষুদ্ৰ শীতলগৃহ নিৰ্মাণ কৰা হ’ব।

আনহাতে উপস্থিত ৰাইজক সম্বোধন কৰি শিক্ষা মন্ত্ৰী ৰাধেশ্যামে কৈছে যে বাৰে বিভিন্ন সম্প্ৰদায়ে বাস কৰা মণিপুৰ হৈছে এখন ৰং বিৰঙী ফুলৰ বাগিচা। তেওঁ কয় যে মণিপুৰত বাস কৰা প্ৰতিটো জাতি সম্প্ৰদায়ে শান্তি আৰু মিলাপ্ৰীতিৰে বাস কৰে তেতিয়াহে ৰাজ্যখনৰ সমৃদ্ধি হ’ব।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd