• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থীৰ পৰিশ্ৰমৰ ফল ভৈৰবকুণ্ড সংৰক্ষিত বনাঞ্চল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2018 12:55 pm
Bhairabkunda Reserve Forest
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানৱসৃষ্ট ভৈৰবকুণ্ড সংৰক্ষিত বনাঞ্চল হৈছে ৩৫জন মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থীৰ প্ৰায় ১০ বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফচল।

অস্ত্ৰ সম্বৰণ কৰাৰ পাছত চৰকাৰৰ সাহাৰ্য শিবিৰত বাস কৰাৰ পৰিৱৰ্তে এই গোটটোৱে চৰকাৰৰ পৰা ৫০ বছৰৰ লীজত বিচাৰিছিল এটুকুৰা অনুৰ্বৰ ভূমি। এই গোটটোক নেতৃত্ব প্ৰদান কৰিছে ইছমাইল দৈমাৰীয়ে।

Apply Now

বড়ো সম্প্ৰদায়ৰ এই প্ৰাক্তন উগ্ৰপন্থী সদস্যকেইজনে তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰামৰ পন্থা পৰিত্যাগ কৰি ১৯৮০ চনৰ পৰা অনুৰ্বৰ হৈ পৰি থকা এটুকুৰা ভূমিক বিভিন্ন প্ৰজাতিৰ গছ আৰু প্ৰাণীৰে আৱাসস্থল অৰণ্যলৈ ৰূপান্তৰিত কৰাৰ এটা মহৎ পদক্ষেপ হাতত লয়।

২০০৩ চনত এই ৩৫জনীয়া সদস্যৰ গোটটোৱে সোণাইগাঁও মাল্টিপাৰ্পজ ফাৰ্ম হিচাপে পঞ্জীয়ন কৰায়। তাৰ পাছত এই লোকসকল ভৈৰবকুণ্ড সংৰক্ষিত বনাঞ্চলৰ তদানিন্তন ফৰেষ্ট ৰেঞ্জ অফিচাৰ নব কুমাৰ বৰদলৈ সম্পৰ্কলৈ আহে।

বৰদলৈয়ে ফাৰ্মখনৰ সদস্যসকলক যুটীয়া বন ব্যৱস্থাপনা ((Joint Forest Management) আঁচনিৰ অন্তৰ্গত বৃক্ষৰোপণ কৰাৰ বাবে মান্তি কৰায়। ২০০৫ চনত নথিভুক্তিকৰণ, জৰীপ আদি সম্পন্ন কৰা হয় আৰু কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ ওচৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হয়।

তাৰ পাছত ২০০৭ৰ পৰা ২০১১ চনলৈকে বৃক্ষৰোপণ কৰা হয়। ইয়াত প্ৰচুৰ সংখ্যক ৰবৰৰ গছ ৰোপণ কৰাৰ উপৰিও নেউল, নাহৰফুটুকী বাঘ, হৰিণ, হাতী আৰু বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আশ্ৰয়স্থল হিচাপে হৈ পৰে।

সোণাইগাঁও, ভৈৰবপুৰ, গৰৈমাৰী, ছেপনগাঁও, মাজৰগাঁও-১ আৰু মাজৰগাঁও-২— এই ৬খন গাঁওৰ সাহাৰ্যত এই ৩৫জনীয়া গোটটোৱে ভৈৰবকুণ্ডক এখন অৰণ্যলৈ পৰ্যৱসিত কৰে।

অস্ত্ৰ সম্বৰণকাৰী উগ্ৰপন্থীৰ এই গোটটোৱে এইবাৰ বন সম্পদৰ ওপৰত ভিত্তি কৰা কুটীৰ শিল্প গঢ়ি তোলাৰ ওপৰত মনোযোগ দিছে আৰু এই অৰণ্যখনক পৰিৱেশ পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। ইয়াৰ দ্বাৰা স্থানীয় জনসাধাৰণৰ আৰ্থিক অৱস্থা উন্নত হ’ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।

উল্লেখ্য যে যধে-মধে কাঠ কটাৰ ফলত ভৈৰবকুণ্ড অনুৰ্বৰ হৈ পৰিছিল আৰু হাতী-মানুহৰ সংঘাত বাঢ়ি আহিছিল। প্ৰাক্তন উগ্ৰপন্থী সদস্যসকলৰ কঠোৰ পৰশ্ৰমে এলেকাটোক সেউজীয়া কৰি তোলাৰ লগতে হাতী-মানুহৰ সংঘাতো হ্ৰাস কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd