• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮০ শতাংশৰো অধিক আসনৰ ফল ঘোষণা; ৰাতিলৈ সম্পূৰ্ণকৈ ওলাব : ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত

বৰ্তমানলৈকে শাসক দল বিজেপিয়ে লাভ কৰা আসনৰ সংখ্যা ৫০ শতাংশতকৈ কম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 14, 2018 8:00 pm
State Election Commisioner

ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কাৰ্য্যালয়ত আয়োজন কৰা সংবাদমেলত ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰা। ১৪ ডিচেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাই দুদিন অতিক্ৰম কৰিলে যদিও আজিও সম্পূৰ্ণ ফল জানিবলৈ পোৱা নাই ৰাজ্যবাসীয়ে। যোৱা ১২ ডিচেম্বৰৰ পৰাই চলি থকা এই ভোটগণনা আজি ৰাতিৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিছে ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই।

আজি ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কাৰ্য্যালয়ত আয়োজন কৰা এখন সংবাদমেলত ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয় যে এতিয়ালৈকে ২৮খন জিলা, মহকুমাৰ পৰা নিৰ্বাচনী ফলাফল আহিছে। কাছাৰ আৰু ধুবুৰীত এতিয়াও ভোটগণনা চলি আছে।

Apply Now

২১৯৯০টা ৱাৰ্ড সদস্যপদৰ ভিতৰত ১৭৬৭৭টাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। শতাংশ হিচাপত ৮০.৩৮%।

ইয়াৰে অগপই ১৩৭২টা, বিজেপিয়ে ৭৫৪০টা, কংগ্ৰেছ ৫৮৯৬টা, চি পি আই ৩, চি পি আই এম ২৭টা, চি পি আই (এম এল)ৰ ৭টা, এ আই য়ু ডি এফে ৭৫৫টা, বি পি এফে ৪৭টা, তৃণমূল কংগ্ৰেছে ২টা আৰু নিৰ্দলীয়ই ২০২৮টা পদত জয়ী হৈছে।।

সভাপতি পদৰ ২১৯৯টাৰ ভিতৰত ১৮৮১টাৰ ফল ঘোষণা কৰা হৈছে। শতাংশ হিচাপত ৮৫.৫ শতাংশ। তাৰ ভিতৰত অগপই ১১০টা, বিজেপিয়ে ৮৬৭টা, কংগ্ৰেছে ৬৪৫টা, চি পি আই (এম)-এ ১টা, এ আই য়ু ডি এফে ১০৬টা, বি পি এফে ২টা আৰু নিৰ্দলীয়ই ১৫০টাত জয়ী হৈছে।

আঞ্চলিক পঞ্চায়ত সদস্যৰ ২১৯৯টা পদৰ ভিতৰত ১৮৬০টাৰ ফল ঘোষিত হৈছে। শতাংশ হিচাপত ৮৫.৫৮ শতাংশ। অগপই ৯৬টা, বিজেপিয়ে ৮৮৩টা, কংগ্ৰেছ ৬৪৫টা, চি পি আই (এম)-এ ১টা, এ আই য়ু ডি এফে ১১১টা আৰু নিৰ্দলীয়ই ১২৪টাত জয়ী হৈছে।

জিলা পৰিষদ সদস্যৰ ৪২০টা পদৰ ভিতৰত ৩৪৭টাৰ ফল ঘোষণা কৰা হৈছে। শতাংশ হিচাপত ৮২.৬ শতাংশ। অগপই ১৫টা, বিজেপিয়ে ১৮১টা, কংগ্ৰেছ ১২২টা, এ আই য়ু ডি এফে ১৫টা আৰু নিৰ্দলীয়ই ১৪টাত জয় সাব্যস্ত কৰিছে।

আনহাতে খেলিমেলিৰ বাবে সৰ্বমুঠ ৯৭টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ হৈছে। ইয়াৰে ৯৫টা কেন্দ্ৰত ইতিমধ্যে হৈ গ’ল আৰু বাকী ২টাত কাইলৈ পুনৰ ভোটগ্ৰহণ হ’ব। কাইলৈ ভোটগ্ৰহণ হ’ব গহপুৰৰ বৰতামুলী গাওঁ পঞ্চায়তৰ ৱাৰ্ড নং ১ত আৰু হাইলাকান্দিৰ দৰিয়াৰঘাট কাৰিচেৰা গাওঁ পঞ্চায়তৰ অধীনৰ শ্যামপুৰ এম ই ইনষ্টিটিউট ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ হ’ব। দুয়োটা কেন্দ্ৰতে জিলা পৰিষদৰ সদস্য পদৰ বাবে পুনৰ ভোটগ্ৰহণ হ’ব।

ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কয় যে বেলট পেপাৰ ব্যৱহাৰ হোৱা বাবে এইবাৰ ভোটগণনা লেহেমীয়া হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd