• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদৰুদ্দিন আজমলৰ ৰাজনীতিৰ পৃষ্ঠভূমি বৰপেটাত বিধ্বস্ত এ আই য়ু ডিএফ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
December 15, 2018 6:53 am
badruddin-ajmal-700-768x449

এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বৰপেটা জিলাত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিল এ আই য়ু ডি এফ দল ৷ বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল বৰপেটাৰ সাংসদ হৈ থকাৰ পাছতো জিলাখনৰ এই ফলাফলে এ আই য়ু ডি এফৰ নেতা কৰ্মীক চিন্তিত কৰি তুলিছে ৷

দলটোৰ এনে অনাকাংক্ষিত ফলাফলক লৈ এআইয়ুডিএফৰ সাধাৰণ নেতা কৰ্মীৰ মাজত দলটোৰ নেতা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ৷

Apply Now

উল্লেখ্য যে, বিগত পঞ্চায়ত নিৰ্বাচনত বৰপেটা জিলা পৰিষদ গঠন কৰিছিল এআইয়ুডিএফ দলে ৷ দলটোৱে জিলা পৰিষদৰ ২৯ খন আসনৰ ভিতৰত ১৪ খনকৈ আসন লাভ কৰি বৰপেটা জিলা পৰিষদ গঠন কৰিছিল যদিও এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত দলটোৱে জিলা পৰিষদৰ এখনো আসন লাভ কৰিবলৈ সক্ষম নহল ৷

ইপিনে বিগত পঞ্চায়তত ৬৪ খনকৈ গাঁও পঞ্চায়ত দখল কৰা এআইয়ুডিএফে এইবাৰৰ নিৰ্বাচনত মাথোঁ ১৬খন আসনতে সীমাৱদ্ধ থাকিল ৷ একেদৰে , বিগত পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক পঞ্চায়তৰ ৬৭ গৰাকী সদস্য নিৰ্বাচিত হোৱাৰ বিপৰীতে এইবেলি নিৰ্বাচিত হৈছে মাথোঁ ১২ গৰাকী ৷

আনহাতে বিগত পঞ্চায়ত নিৰ্বাচনত জিলাখনত ৫৯৬ গৰাকী গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছিল যদিও এইবাৰ মাথোঁ ১৩২ গৰাকী গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচিত হয় ৷ দলটোৰ এনে নিম্নগামী ফলাফলক লৈ জিলাখনৰ এআইয়ুডিএফ কৰ্মীসকল হতাশ হৈ পৰিছে ৷

নেতৃত্বৰ দুৰ্বলতাৰ বাবেই জিলাখনত দলটোৱে এনে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হোৱা বুলি মত ব্যক্ত কৰিছে দলটোৰ তৃণমূল কৰ্মীসকলে ৷ অসমৰ ৰাজনীতিত ভূমুকি মাৰি বদৰুদ্দিন আজমলে বৰপেটাকে তেওঁৰ ৰাজনীতিৰ পৃষ্ঠভূমি হিচাপে গ্ৰহণ কৰিছিল আৰু সফলতাও লাভ কৰিছিল। কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত দলটোৰ বিপৰ্যয়ে বৰেপটাত সংখ্যালঘু ভোটাৰৰ মাজত আজমলৰ যাদু নচলাৰ ইংগিতকে বহন কৰিছে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd