• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিক গ্রেপ্তাৰ : আজি ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধ

নংগী টেৰণ by নংগী টেৰণ
December 16, 2018 12:02 pm
press-conference-of-social-organisations-calling-a-36-hour-bandh-on-Saturday-evening-1140x570

শনিবাৰে সামাজিক সংগঠনে সংবাদমেলৰ জৰিয়তে ৩৬ ঘন্টীয়া কাৰ্বি আংলং বন্ধ ঘোষণা কৰে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিউন ৰংফাৰক শনিবাৰে ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ৰংফাৰে ৰাজহুৱা সভাত অসাংবিধানিক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ আনি তুলিৰাম ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাঙে দিয়া এজাহাৰৰ ভিত্তিত শনিবাৰে ডিফু আৰক্ষীয়ে ৰংফাৰক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ৮ ডিচেম্বৰৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লংমাৰ্ছ কৰি ডিফুলৈ আহি ১১ ডিচেম্বৰত ডিফুত সমবেত হৈ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ জৰিয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।

Apply Now

১১ ডিচেম্বৰত পৰিষদত মুখ্য কাৰ্যবাহী সদস্যকে ধৰি এগৰাকীও কাৰ্যবাহী সদস্য উপস্থিত নথকাত ছাত্ৰ সন্থাটোৰ উদ্যোগত আন সহযোগী দলসমূহে তীব্ৰ ক্ষোভ উজাৰি পাছত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। এই ৰাজহুৱা সভাত বিজেপিয়ে স্বায়ত্তশাসন প্ৰদান কৰা সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰাকে ধৰি বিভিন্ন বিষয়ত  বক্তাসকলে ভাষণ দিয়ে।

উক্ত সভাত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিউন ৰংফাৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে অসাংবিধানিক শব্দ প্ৰয়োগৰ অভিযোগ তুলি ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাঙে ডিফু থানাত ইউ/এছ ১৮৯, ১৫৯, ১৫৩,৫০৬, ৫০০, ৫০৪,৫০৫ ধাৰা সন্নিৱিষ্ট কৰি গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত শনিবাৰে  পুৱা আৰক্ষীয়ে কোনো জাননী অথবা ৱাৰেণ্ট নোহোৱাকৈ ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰি ডিফু থানালৈ লৈ আনে।

ইপিনে, এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাৰ্বি ছাত্ৰ সন্থাই শনিবাৰে বিয়লি ৩ বজাত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মুঠ ১৬টা সংগঠনৰ সদস্য উপস্থিত থাকে। সংবাদমেলযোগে সংগঠনকেইটাই বিনাচৰ্তে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিগৰাকীক শীঘ্ৰেই মুকলি কৰি দিবলৈ দাবী জনায়।

আনহাতে, ছাত্ৰনেতাজনৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত সংগঠনকেইটাই আজি পুৱা ৫ বজাৰ পৰা সোমবাৰে বিয়লি ৫ বজালৈ ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধৰ আহ্বান দিয়ে। তদুপৰি, ছাত্ৰনেতাজনক অতিশীঘ্ৰে মুক্তি নিদিলে অনিৰ্দিষ্টকালীন জিলা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো ভাবুকি দিছে।

নংগী টেৰণ

নংগী টেৰণ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd