• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাফাল ‘কেলেংকাৰি’ৰ বিষয়ে যুটীয়া সংসদীয় কমিটী গঠন কৰাটো বিচাৰে কংগ্ৰেছে : প্ৰদ্যুৎ বৰদলৈ

যোগী আদিত্য নাথ উশাহ-নিশাহ সাম্প্ৰদায়িকতাৰ বাষ্পৰে ভৰা : প্ৰদ্যুৎ বৰদলৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 18, 2018 6:10 pm
Pradyut Bordoloi press meet

ৰাজীৱ ভৱনত দিয়া এখন সংবাদমেলত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ। কাষত ববিতা শৰ্মা, ১৮ ডিচেম্বৰত। ফটো : য়ু বি।

664
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি চৰ্চা অব্যাহত থকা ৰাফাল বিমান ক্ৰয়ৰ ‘কেলেংকাৰি’ৰ বিষয়ে যুটীয়া সংসদীয় কমিটী গঠন কৰাটো বিচাৰে কংগ্ৰেছে। উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ সীমাবদ্ধতা আছে। তাৰোপৰি বিজেপিয়ে আদলতক বিপথে পৰিচালিত কৰিছে। এই মন্তব্য প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ।

আজি ৰাজীৱ ভৱনত দিয়া এখন সংবাদমেল দি প্ৰাক্তন মন্ত্ৰীজনে এইদৰে কয়। মোদী চৰকাৰে ৰাফাল বিমান ক্ৰয়ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে অনিল আম্বানিক সকলো চমজাই দিব বিচাৰিছে। এই কথাটোহে কংগ্ৰেছে আঙুলিয়াই দিছে। “ৰাফাল বিমান ক্ৰয় খেলিমেলিৰ ন্যায় দিব পাৰিব সংসদেহে। কংগ্ৰেছে বিজেপিৰ পৰা উত্তৰ বিচাৰিছে সদনত বিষয়টো উত্থাপনৰ জৰিয়তে। কিন্তু বিজেপিহে পলাই ফুৰে উত্তৰ দিয়াৰ পৰা।” বৰদলৈয়ে কয়।

“সংসদৰ পৰাও পলাই ফুৰে। গতিকে জেপিছি বিচাৰিছো।” সাংবাদিকক প্ৰদ্যুৎ বৰদলৈয়ে কয়।

আনহাতে সংবাদমেলখনতে বৰদলৈয়ে ১৭ ডিচেম্বৰত অসম ভ্ৰমণ কৰা উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথকো কঠোৰ সমালোচনা কৰে। “যোগী অসমলৈ অহাটোৱেই দুৰ্ভাগ্যজনক। তেওঁৰ উশাহ-নিশাহ সাম্প্ৰদায়িকতাৰ বাষ্পৰে ভৰি আছে।” এইদৰে কয় বৰদলৈয়ে।

যোগী আদিত্য নাথে ভগৱানৰ মাজতো বিভাজন আনিছে বুলি কটাক্ষ কৰে কংগ্ৰেছী নেতাজনে। ‘যোগী মহিলা বিদ্বেষী’ বুলি কোৱাৰ লগতে তেওঁক ঘৃণাৰ ৰাজনীতিৰ মূল নায়ক বুলি অভিহিত কৰে। “তেওঁৰ বিৰুদ্ধে বহুতো গোচৰো চলি আছে আদালতত।” বৰদলৈয়ে কয়।

ইফালে বিগত পাঁচখন প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰি বৰদলৈয়ে কয় যে বিজেপিৰ প্ৰচাৰৰ মূল বাণী আছিল ‘আলী বনাম বজৰং দল’। কিন্তু সেয়া মানুহে গ্ৰহণ নকৰিলে। ৫খন ৰাজ্যত বিজেপি বেয়াকৈ পৰাজিত হ’ল।

আজিৰ সংবাদমেলত প্ৰদ্যুৎ বৰদলৈৰ সৈতে দলটোৰ এগৰাকী নেত্ৰী ববিতা শৰ্মা, কিশোৰ ভট্টাচাৰ্য্য, আব্দুল খালেককে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd