• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বগীবিল দলঙৰ উদ্বোধনী দিন পিছুৱাবলৈ মোডীলৈ পত্ৰ প্ৰেৰণ টুকীৰ

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
December 20, 2018 9:47 pm
Lead 7
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বগীবিল দলংখনৰ উদ্বোধনী দিন পিছুৱাবলৈ অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছী বিধায়ক নবাম টুকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক পত্ৰযোগে অনুৰোধ জনাইছে। বহু প্ৰত্যাশিত বগীবিল দলংখনৰ উদ্বোধনী দিন ২৫ ডিচেম্বৰ হোৱা বাবে আৰু এই দিনটোটেই আৰু খৃষ্টিয়ানসকলৰ উৎসৱ বৰদিন পৰা বাবে টুকীয়ে প্ৰধান মন্ত্ৰীগৰাকীলৈ এই অনুৰোধ জনায়।

উল্লেখ্য যে কেন্দ্ৰই ২৫ ডিচেম্বৰৰ দিনটো ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ জন্ম দিন হিচাপে সুশাসন দিৱস হিচাপে ঘোষণা কৰিছে।

Apply Now

পত্ৰখনত টুকীয়ে লিখিছে, ‘‘আমি জানো যে আপুনি ঐতিহাসিক বগীবিল দলংখন চলিত বৰ্ষৰ ২৫ ডিচেম্বৰৰ দিনা উদ্বোধন কৰিবলৈ আগবাঢ়িছে। এই এই অঞ্চলৰ ৰণনীতিগত আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা দেখি আপোনাক অভিনন্দন জনোৱাৰ লগতে এই দলংখনৰ উদ্বোধনী দিনটো পিছুৱাবলৈ অনুৰোধ জনাওঁ। কাৰণ বৰদিন খৃষ্টিয়ানসকলৰ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ।

d6f928af-4e7c-4b36-96f7-f66ba1e42610

পত্ৰখনত আৰু কোৱা হৈছে, ‘‘দলংখন অসম আৰু অৰুণাচলৰ জনসাধাৰণৰ বাবে এটা আশীৰ্বাদস্বৰূপ হোৱা বাবে বহুতো লোকে এই বৰদিনৰ উৎসৱত যোগদান কৰিব আৰু সেইদিনাই দলংখন উদ্বোধন হ’ব। ফলত বহুতো মানুহে এই ঐতিহাসিক ক্ষণটো উপভোগ কৰাৰ পৰা বঞ্চিত হ’ব। সেয়ে মই আপোনাক দলহৰ উদ্বোধনী দিনটো পিছুৱাবলৈ অনুৰোধ জনাইছোঁ।

উল্লেখ্য যে উদ্বোধন হোৱাৰ পাছত বগীবিল দলংখন এছিয়াৰ দ্বিতীয় দীৰ্ঘতম দলং হিচাপে পৰিগণিত হ’ব। উজনি অসম আৰু অৰুণাচলৰ প্ৰায় ৫ মিলিয়ন জনতাৰ বাবে সংযোগ-সেতু হোৱাৰ উপৰিও এই দলংখন দেশৰ নিৰাপত্তা আৰু অৰ্থনৈতি দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বিবেচিত হ’ব।

ডেমিয়েন লেপছা

ডেমিয়েন লেপছা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd