• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য শৈক্ষিক বিপ্লৱ: অসম ভ্ৰমণত কটনৰ ছাত্ৰ-ছাত্ৰী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 21, 2018 11:19 am
cotton university assam

কটন বিশ্ববিদ্যালয়। ছবি- shillong timesৰ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বহু ছাত্ৰ সংগঠন আছে, কিন্তু বৰ্তমান সময়ত প্ৰকৃত অৰ্থত ছাত্ৰ-ছাত্ৰীৰ মৌলিক সমস্যাসমূহৰ ক্ষেত্ৰত এনে একাংশ ছাত্ৰ-সংগঠনৰ দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপিত হয়। কিন্তু এইক্ষেত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়িছে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা।

বহু সময়ত ছাত্ৰ সংগঠনৰ নাম লৈ একাংশই আন বিষয়তহে অধিক গুৰুত্ব দিয়া দেখা যায়। ইয়াৰ বিপৰীতে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নেতৃত্বত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে সমগ্ৰ অসমতে এক শৈক্ষিক বিপ্লৱ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে।

Apply Now

বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে।

বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি শৈক্ষিক বিপ্লৱ গঢ়ি তোলাৰ উদ্দেশ্য লৈ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ১০জনীয়া দল এটাই অসম ভ্ৰমণ কৰিব। অহা ২ জানুৱাৰিত দলটোৱে কটন বিশ্ববিদ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰি পোনপ্ৰথমে গোৱালপাৰা জিলালৈ যাব আৰু জিলাখনৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিছে।

এই ভ্ৰমণত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰিব বুলি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই বিবৃতিটোত প্ৰকাশ কৰিছে।

“অসমৰ প্ৰতিখন জিলাৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰাজিৰ বুজ লোৱা, সেইসমূহৰ সমাধানৰ অৰ্থে ঐক্যবদ্ধ প্ৰচেষ্টা হাতত লোৱা, নাৰী শিক্ষাৰ প্ৰচাৰ, কু-সংস্কাৰৰ বিপক্ষে বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰসাৰ আৰু সজাগতাৰ সৃষ্টি, উদ্যোগী যুৱ-ছাত্ৰক উৎসাহ আৰু প্ৰেৰণা যোগোৱা আৰু দল-সংগঠনৰ গণ্ডিৰ বাহিৰত থাকি অসমৰ ছাত্ৰ সমাজৰ একত্ৰীকৰণৰ জৰিয়তে ৰাজ্যৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাই এই ভ্ৰমণৰ প্ৰধান উদ্দেশ্য,” বিবৃতিটোত সাধাৰণ সম্পাদকে কয়।

ইয়াৰ উপৰিও অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো দল-সংগঠনে সৰৱ ভূমিকা গ্ৰহণ কৰা নাই বুলি বিবৃতিটোত উল্লেখ কৰি এই ক্ষেত্ৰত দল-সংগঠনৰ ঊৰ্ধ্বত থাকি ছাত্ৰ সমাজক একত্ৰিত হোৱাৰ বাবেও তেওঁ আহ্বান জনায়। লগতে ভ্ৰমণকাৰী দলটোৰ সৈতে যোগাযোগৰ বাবে ৭০৮৬২৯৭৫১০, ৮৭৪৯৮৭৬২৯৩ আৰু ৭৫৭৭০৫৫৯৩৯ ফোন কৰিব পাৰিব বুলিও বিবৃতিটোত প্ৰকাশ কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd