• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনৰ নাম কিয়? ‘চুইছাইদ’ ন’টৰ বাতৰিত ব্যাপক প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2018 4:46 pm
Zubeen Garg saves his skin from Brahman Samaj's pique

জুবিন গাৰ্গৰ ফাইল ছবি।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্মৰ দিনতে গুৱাহাটীস্থিত নিজ ঘৰত “আত্মহত্যা” কৰা কংগ্ৰেছ নেতা, ব্যৱসায়ী অনুপম বৰদলৈৰ “চুইছাইদ ন’ট”ত জুবিন গাৰ্গৰ নাম থকা বুলি অসমৰ News18 Assam-Northeast নামৰ টিভি চেনেলটোৱে পৰিৱেশন কৰা বাতৰিয়ে সৃষ্টি কৰিছে তুমুল প্ৰতিক্ৰিয়াৰ।

বাতৰিটোক লৈ টিভি চেনেলটোৰ ফে’চবুক পে’জত বৃহস্পতিবাৰে শতাধিক লোকে মন্তব্য কৰিছে আৰু ৰাতি ১১.১৮ বজালৈকে এশ শতাংশ লোকেই বাতৰিটোত জুবিন গাৰ্গৰ নাম লোৱাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

Apply Now

আত্মহত্যাকাৰী বৰদলৈৰ চিনাকী এগৰাকী ব্যক্তিৰ উদ্ধৃতিৰে “চুইছাইদ ন’ট”টোত জনপ্ৰিয় শিল্পীগৰাকীৰ লগতে এগৰাকী মহিলা ৰাজনীতিকৰ নাম আছে বুলি দাবী কৰিছে চেনেলটোৱে। বৰদলৈয়ে তীব্ৰ মানসিক হেঁচাত আত্মহত্যা কৰা বুলি দাবী কৰি ব্যক্তিগৰাকীয়ে ঘটনাটোত “ব্লেকমেইলিং” ধৰণৰ প্ৰসংগৰো ইংগিত দিছে।

বৰদলৈৰ “আত্মহত্যা”ক লৈ বুধবাৰে নৰ্থ ইষ্ট নাও-ত তদন্তকাৰী আৰক্ষীয়ে বিশেষ মন্তব্য কৰা নাছিল যদিও এখন “চিঠি” উদ্ধাৰ হোৱা বুলি সদৰী কৰিছিল আৰক্ষীয়ে।

লগতে পঢ়ক– জন্মৰ দিনতে গুৱাহাটীত ‘আত্মহত্যা’ কংগ্ৰেছ নেতাৰ

গুৱাহাটীৰ এ আই দি চিস্থিত নিজ ঘৰত বুধবাৰে “আত্মহত্যা” কৰিছিল ব্যৱসায়ী তথা কংগ্ৰেছ নেতা অনুপম বৰদলৈয়ে।

zubeen garg's name suicide note
জুবিন গাৰ্গৰ নাম ছুইছাইদ ন’টত থকাৰ দাবীৰে News18 Assam-Northeastএ পৰিৱেশন কৰা বাতৰিটোৰ স্ক্ৰীণ শ্বট।

নিজ ঘৰৰ এটা কোঠাত চিপ লৈ ওলমি থকা অৱস্থাত বুধবাৰে ৰাতিপুৱা উদ্ধাৰ কৰা হৈছিল বৰদলৈৰ মৃতদেহ, আৰক্ষীৰ দাবী।

বৰদলৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা যদিও তেওঁ দলীয় কোনো বিষয়বাব নাছিল বুলি জানিব পৰা গৈছে।

১৯৯৯ চনত তেওঁ গায়িকা আৰু সংগীতজ্ঞ চিন্ময়ী বৰদলৈক বিয়া পাতিছিল।

তথ্য মতে বৰদলৈয়ে পণ্ডিচেৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰিছিল।

গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ বৰদলৈয়ে স্কুলীয়া শিক্ষা লৈছিল খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত।

ৰতাৰি ক্লাবৰ সদস্য বৰদলৈ স্মাৰ্ত ইন্সতিতিউট অৱ লাৰ্নিঙৰ (তাতা ইন্সতিতিউট অৱ চ’চিয়েল চায়েন্সৰ হাব)ও সঞ্চালক আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd