• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফল-ফুল আৰু ঔষধি গছৰ নাৰ্চাৰী খুলি স্বাৱলম্বী শিক্ষিত যুৱক বিমান বৰা

মিণ্টু দাস by মিণ্টু দাস
December 21, 2018 7:03 am
nagaon flower cultivator.docx photo

নার্চাৰী খুলি স্বাৱলম্বী নগাৱৰ বিমান বৰা। ফটো : নৰ্থইষ্ট নাও

32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাব লগা হৈছে তেনে সময়তে এজন শিক্ষিত অসমীয়া যুৱকে তেওঁৰ চাকৰি ত্যাগ কৰি খেতিৰে নিজকে স্বাৱলম্বী কৰি তুলিছে। এইগৰাকী শিক্ষিত যুৱকে বিভিন্ন ধৰণৰ ফুল আৰু ফলৰ লগতে ঔষধি গছৰ খেতিৰে নাৰ্চাৰী খুলি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে নিবনুৱা সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে।

নগাঁও জিলাৰ এগৰাকী শিক্ষিত যুৱক নাম তেওঁৰ বিমান বৰা। এসময়ত প্ৰবক্তা হিচাপে কৰ্মৰত হোৱা এইজন শিক্ষিত যুৱকে পৰৰ্বতী সময়ত সেই কৰ্ম ত্যাগ কৰি বিভিন্ন ধৰণৰ খেতিৰ কামত জৰিত হৈ পৰে।

Apply Now

বিগত ডেৰ বছৰ ধৰি নগাঁও চহৰৰ সমীপৰ বৰঘাটৰ চাৰিলাইন যুক্ত পথৰ কাষৰ পথাৰৰ ২৩ বিঘা মাটিত খেতি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰাই স্বাৱলম্বী হৈছে শিক্ষিত যুৱকজন।  বৰ্তমান বিমানৰ  ২৩ বিঘা মাটিত  ফুল-ফলগছ আৰু বিভিন্ন ঔষধি গছ ভৰি আছে৷ ইয়াৰে ভিতৰত বতৰীয়া  আৰু আবতৰীয়া ফুল বিধে বিধে জাতিষ্কাৰ হৈ পৰিছে ৷

মেৰীগলড্, পিটুনিয়া ডাইন, ঠাৰ্চ, চন্দ্ৰ মল্লিকা, ডালিয়াকে ধৰি প্ৰায় ৩০ বিধ প্ৰজাতিৰ বতৰত ফুলা ফুলৰ উপৰি ব্লিডিং বাৰ্ড, গোলাপ, খৰিকাজাই, ৰজনী গন্ধা, গাৰ্লিক ডাইন আদি প্ৰায় ২৫ বিধ ফুল যি কোনো সময়তে ফুলি সৌন্দৰ্য বৃদ্ধি কৰিছে বিমানৰ মৰমৰ অপৰূপা নামৰ নাৰ্চাৰীখনত।

বিমানৰ এই নাৰ্চাৰীত ৩৫০ প্ৰজাতিৰ গছ পুলি আছে। ইয়াৰে শতমূল, জম লাখুটি, সৰ্প গন্ধা, চন্দন আদি বহু মূল্যৱান ঔষধি গছো আছে। ১০ টকাৰ পৰা আৰম্ভ কৰি ১০,০০০ টকা পৰ্যন্ত এই নাৰ্চাৰীত বিভিন্ন প্ৰজাতিৰ ফুল উপলব্ধ৷ বিমানৰ এই নাৰ্চাৰীলৈ অসমৰ বিভিন্ন ঠাইৰ লোকে  ফল-ফুল আৰু গছ পুলি ক্ৰয় কৰিবলৈ আহে।

এই যুৱকজনৰ নাৰ্চাৰীত  পোন্ধৰজনতকৈও অধিক কৰ্মচাৰীয়ে কৰ্ম সংস্থাপন লাভ কৰি আহিছে। ইয়াৰ উপৰি বিমানে সৌৰশক্তিৰ জৰিয়তে উৎপাদন হোৱা বিজুলীৰ দ্বাৰা নাৰ্চাৰীখনত প্ৰয়োজনীয় বিজুলী ব্যৱহাৰ কৰে।

যুৱকজনৰ এনে কৃষি বৃত্তিৰ পদক্ষেপক নগঞা ৰাইজে শলাগ লোৱাৰ উপৰি নৱ প্ৰজন্মক খেতি কৰি স্বাৱলম্বী হ’বলৈ আগ্ৰহী কৰি তুলিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd