• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ উত্থানত মুখ্য মন্ত্ৰী সোণোৱালে মানসিক ভাৰসাম্য হেৰুৱাইছে : অপূৰ্ব ভট্টাচাৰ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 23, 2018 8:07 am
Guwahati- Apurba Bhattacharya pmt
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৫ খন ৰাজ্যৰ নিৰ্বাচনী ফালফলত কংগ্ৰেছৰ উত্থানত শংকিত হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে একপ্ৰকাৰে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে যাৰ ফলত দুয়োগৰাকীয়ে এতিয়া ৰাজনৈতিক শিষ্টাৰৰ বহিৰ্ভূত কথা ক’বলৈ আৰম্ভ কৰিছে। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ।

শনিবাৰে এক সংবাদমেলযোগে ভট্টাচাৰ্য্যই সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক ‘বেইমান’ তথা ৰহুল গান্ধীক ‘বেইমান দলৰ বেইমান সভাপতি’ বুলি কৰা মন্তব্যক মুখ্য মন্ত্ৰীগৰাকীৰ ‘হতাশাৰ প্ৰতিফলন’ বুলি মন্তব্য কৰে।

শাসকীয় দলে সমগ্ৰ প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি ৰাজ্যৰ মুঠ জিলা পৰিষদৰ ২২১ খন আসনহে আনিবলৈ সক্ষম হোৱাৰ পিছত ‘সোণোৱালে দিল্লীত সংবাদমেল পাতি পঞ্চায়ত নিৰ্বাচনৰ ফটাঢোল কোবোৱাটো হাস্যকৰ‘ বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘বিজেপিয়ে শাসনত থাকিও মাত্ৰ ৫০ শতাংশ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ শাসনত থাকোতে পঞ্চায়তৰ ৮০ শতাংশই লাভ কৰিছিল।‘

ইয়াৰ মাজতে তেওঁ সোণোৱালে জাতীয় নায়কৰ ভূমিকাৰ কথা সমূলি পাহৰি পেলালে বুলি উল্লেখ কৰি কয়, ‘জাতীয় নায়ক হিচাপে অসমৰ জনগণৰ বিশ্বাস আৰু আস্থাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ প্ৰয়োগেৰে অসম চুক্তি তথা অসমীয়াৰ অস্তিত্বক বিশ্বাসঘাটকতা কৰিছে।‘

আনহাতে, অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰাহুল গান্ধীক ‘ননসেন্স’ বুলি কৰা মন্তব্যক ‘অশোভনীয় আৰু নিম্ন ৰুচিবোধৰ পৰিচায়ক’ বুলি মন্তব্য কৰি কয় যে ৰাফেল বিমান ক্ৰয়ৰ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটীৰ গঠনৰ দাবী তোলাৰ বাবে উদ্বিগ্ন হৈ হে বিজেপিয়ে ৰাজীৱ ভবন ঘেৰাও কৰিব আহিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd