• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ খননৰ খবৰ দিয়া যুৱকক ওলোটাই পিটিলেহে; গ্ৰেপ্তাৰ হ’ল হাজোৰ ৰেঞ্জাৰ কৰুণা ডেকা

হাজোৰ ৰেঞ্জাৰ কৰুণা ডেকাৰ কাণ্ডত স্তম্ভিত স্থানীয় ৰাইজ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
December 24, 2018 7:10 am
Karuna Deka

চকীত বহি থকাজন হাজোৰ গ্ৰেপ্তাৰ হোৱা ৰেঞ্জাৰ কৰুণা ডেকা। আনজন সচেতন যুৱকক হিমাংশু বৈশ্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজোত এজন সচেতন যুৱকে অবৈধ খননৰ বিষয়ে ৰেঞ্জাৰক খবৰ দিবলৈ গৈ ওলোটাই ৰেঞ্জাৰ আৰু বনকৰ্মীৰ ৰোষত পৰাৰ দৰে এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। বন সুৰক্ষাৰ দায়িত্বত থকা খোদ ৰেঞ্জাৰেই নিজৰ বনকৰ্মী আৰু ভূমাফিয়াক লগাই এই সচেতন যুৱকজনক মাৰপিট কৰাৰ অভিযোগ উঠিছে। অৱশ্যে এই দুষ্কাৰ্য্য কৰা ৰেঞ্জাৰজন বৰ্তমান আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাত এতিয়া অঞ্চলটোৰ স্থানীয় লোকসকলে কিছু হ’লেও স্বস্তি লাভ কৰিছে।

জানিব পৰামতে, কমিশ্যনৰ বিনিময়ত ভূ-মাফিয়াক সুৰক্ষা দি অহাৰ অভিযোগ আছে হাজোৰ বনাঞ্চলিক বিষয়া কৰুণা ডেকাৰ বিৰুদ্ধে। এইজন ৰেঞ্জাৰৰ ছত্ৰছায়াত আগিয়াঠুৰি, দদৰা, গোন্ধমৌত অবৈধ খননেৰে দীৰ্ঘদিন দৰি ভূমাফিয়াই দৌৰাত্ম চলাই আহিছিল।

Apply Now

ডাম্পাৰ, জে চি বি লৈ কেৱল অবৈধ খনন কৰাই নহয়, এইবোৰৰ উৎপাতত স্থানীয় লোকে ৰাজপথতো অসুৰক্ষিত অনুভৱ কৰি আহিছিল।

স্থানীয় লোকৰ অভিযোগ মতে, এই ভূমাফিয়াসকলৰ শেহতীয়াকৈ চকু পৰিছিল কামৰূপৰ গোন্ধমৌৰ গো-ৰিজাৰ্ভৰ সংৰক্ষিত ভূমিত। যোৱা নিশা ডাম্পাৰ, জে চি বি লৈ গোন্ধমৌৰ গো-ৰিজাৰ্ভত অবৈধভাৱে মাটি কাটি থকাৰ কথা জানিব পাৰি এজন যুৱকে হাজোৰ ৰেঞ্জাৰ কৰুণা ডেকাক খবৰ দিয়ে। কিন্তু অবৈধ খননৰ বিৰুদ্ধে খবৰ দি যেন ৰেঞ্জাৰজনক অপমানহে কৰিলে হিমাংশু বৈশ্য নামৰ এই যুৱকজনে। ফলত নিজৰ অধীনত থকা বনকৰ্মী আৰু প্ৰায় ২৫জন ভূমাফিয়াক লগাই নিশা নিজৰ সন্মুখতে হিমাংশু বৈশ্যক মাৰপিট কৰায়। অৱশেষত কোনো মতে প্ৰাণ লৈ পলাবলৈ সক্ষম হয় যুৱকজন।

অভিযোগ মতে, যুৱকজনে অবৈধভাৱে মাটি কটাৰ খবৰ দিয়াৰ পাছত তেওঁক ৰেঞ্জাৰজনে পুনৰ মাতি নিছিল। তেতিয়াই প্ৰথমে বনকৰ্মীসকলে আক্ৰমণ কৰে বৈশ্যক। তাৰ পিছত ২৫ জনীয়া দুৰ্বৃত্তৰ দলটো জঁপিয়াই পৰিল হিমাংশুৰ ওপৰত।

ভূমাফিয়া আৰু বনকৰ্মীৰ দলৰ এই ভয়াৱহ আক্ৰমণৰ মাজতে আঘাতপ্ৰাপ্ত হিমাংশু কোনোমতেহে পলাই সাৰে। তাৰ পাছতে তেওঁক স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰায়।

পিছত যুৱকজনে এই বিষয়ে দদৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তেওঁৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰেঞ্জাৰ কৰুণা ডেকাৰ লগতে দুজন বনকৰ্মীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ৰেঞ্জাৰজন আৰু বনকৰ্মী দুজনক এতিয়া দদৰা আৰক্ষী থানাৰ লকআপত ৰখা হৈছে।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd