• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ বাটেৰেই বাট : বিজেপিয়ে অসমৰ পৰা ৰাজ্যসভালৈ সাংসদ কৰি পঠাব বিহাৰৰ শক্তিশালী নেতাক

অসম বিজেপিৰ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ অন্য এটা বিপৰ্য্যয়

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2018 7:55 am
RamVilas
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু কথাতে কংগ্ৰেছৰ বাটেৰেই বাট বোলা জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা অসমৰ বিজেপিৰ জনপ্ৰতিনিধিসকল আৰু চৰকাৰখনৰ কাণ্ড-কাৰখানা জনগণে যোৱা আঢ়ৈটা বছৰত চকু-কাণ মুদি সহি আহিছে। ‘হিন্দু বাংলাদেশী আনিলেহে অসমীয়া বাচিব’ ধৰণৰ কথাৰে অসমৰ মানুহক মূৰ্খ সজোৱা অসম বিজেপিয়ে এইবাৰ বিহাৰৰ লোক জনশক্তি পাৰ্টিৰ নেতা ৰামবিলাস পাছোৱানক অসমৰ সাংসদ হিচাপে নিৰ্বাচন কৰি ৰাজ্যসভালৈ পঠোৱাৰ পাং পাতিছে।

দলৰে এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে পাছোৱানক সাংসদ নিৰ্বাচন কৰাটো ইতিমধ্যে নিশ্চিত কৰা হৈছে। তাতকৈও ডাঙৰ কথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই বিহাৰত দলটোৰ সৈতে আসন ভাগ বাটোৱাৰা কৰিবলৈ গৈ পাছোৱানক এই প্ৰতিশ্ৰুতি দিছে অসমৰ বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনা নকৰাকৈয়ে।

Apply Now

উল্লেখযোগ্য যে অসমত ৰাজনীতিবিদ তথা যোগ্য মানুহৰ অভাৱ নোহোৱা সত্ত্বেও কংগ্ৰেছে প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু সঞ্জয় সিঙক অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচন কৰিছিল, যিটোৰ বাবে দলটো অসমৰ জনগণৰ পৰা সমালোচনাৰ সন্মুখীন হৈছিল। বিজেপিয়েও কংগ্ৰেছ দলৰ এই কাৰ্য্যক থলুৱা বিৰোধী বুলি সমালোচনা কৰিছিল।

কিন্তু তাৰ পিছতো বিজেপিয়ে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বিহাৰৰ ৰাজনীতিৰ এজন শক্তিশালী নেতা পাছোৱানক অসমৰ পৰা নিৰ্বাচন কৰি পঠাবলৈ লোৱা সিদ্ধান্তই অসমৰ জনগণৰ দৃষ্টিত দুয়োটা দলেই যে একেই পথৰ পথিক, জাতি-মাটি-ভেটিৰ কথা কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ শ্ল’গান সেয়া বুজি উঠিছে। বিজেপিয়ে ইতিপূৰ্বেই কংগ্ৰেছৰ গান্ধী-নেহৰু নামক প্ৰচাৰ-প্ৰসাৰ কৰাৰ দৰে বাজপেয়ী আৰু দীনদয়ালৰ নাম প্ৰচাৰ-প্ৰসাৰ কৰাত লাগি গৈছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অহা এপ্ৰিলত মনমোহন সিঙৰ কাৰ্য্যকালৰ অন্ত পৰিব। ফলত এই আসনখন খালী হ’ব। লগতে শান্তিয়াছ কুজুৰৰ কাৰ্য্যকালো অন্ত পৰিব। গতিকে অসমত দুখনকৈ ৰাজ্যসভাৰ আসন খালী হ’ব আৰু তাত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ সম্ভাৱনা নাই। কাৰণ ১২৬জন বিধায়কৰ মাত্ৰ ২৫জনহে কংগ্ৰেছৰ বিধায়ক আছে। গতিকে পাছোৱানক সহজেই জয়ী কৰাব পাৰিব বিজেপিয়ে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

August 25, 2026 2:33 pm
সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd