• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে ৪.৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলং

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2018 4:35 pm
modi-dedicating-Bogibeel-Road-cum-Road-Bridge--750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে’ল আৰু স্থলপথ সংযোগী দলংখন আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্বোধন কৰে। ফটো : জনসংযোগৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী। প্ৰায় কুৰি বছৰৰ অপেক্ষাৰ অন্তত আজি মুকলি কৰা হ’ল বগীবিল দলং। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰঙা ফিটা কাটি উদ্বোধন কৰিলে দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে’ল আৰু স্থলপথ সংযোগী এই দলংখন। এই দলংখন মুকলি হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণপাৰৰ সংযোগ ঘটিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ২.২৫ বজাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে’ল আৰু স্থলপথ সংযোগী দলংখন আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। বগীবিল দলঙ মুকলি হোৱাৰ লগে লগে অঞ্চলটোৰ জনসাধাৰণৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ল।

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত দেশৰ নামত বগীবিল দলংখন উৎসৰ্গা কৰি প্ৰধান মন্ত্ৰী গৰাকীয়ে দলংখনৰ ওপৰেৰে ব্যাপক সুৰক্ষাৰ মাজেৰে নদীখনৰ উত্তৰ পাৰৰ কাৰেং চাপৰিত গৈ উপস্থিত হয়।

দলংখনৰ সৌন্দৰ্য আৰু ঠাইখনৰ নৈসৰ্গিক শোভাত মুগ্ধ হৈ প্ৰধান মন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজলৈ হাত জোকাৰি নতুন দলংখনৰ ওপৰেৰে কিছু দূৰত্ব খোজকাঢ়ি আগবাঢ়ে আৰু তাৰপাছতো কিছুদূৰ এখন খোলা জীপত উঠি আগবাঢ়ে। এই সময়ত তেওঁৰ সুৰক্ষাৰ দায়িত্বত থকা কনভয়টোৱেও তেওঁক অনুসৰণ কৰে।

ইয়াৰ আগেয়ে প্ৰধান মন্ত্ৰীগৰাকীক মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উষ্ম আদৰণি জনায়। বিমানবন্দৰত অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াও উপস্থিত থাকে। ইয়াৰ পৰাই প্ৰধান মন্ত্ৰী গৰাকীয়ে বগীবিল দলঙৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ স্থানলৈ ৰাওনা হয়।

উল্লেখযোগ্য যে আজি উদ্বোধন কৰা বগীবিল দলংখনৰ দৈৰ্ঘ্য হৈছে ৪.৯৪ কিলোমিটাৰ আৰু ইয়াৰ প্ৰস্থ হৈছে ১২৫ মিটাৰ।এই দলংখনত মুঠতে ২ টা খুটা আছে। নদীখনৰ জলস্তৰৰ পৰা দলংখনৰ উচ্চতা হৈছে ৩২ মিটাৰ।

আনহাতে, দলংখনৰ ৰিখটাৰ স্কেলত ৭ প্ৰাবল্যৰ ভূমিকম্প প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ বগীবিল হৈছে ষষ্ঠখন দলং। ১৯৯৭ চনত এইচ ডি দেবগৌডা প্ৰধান মন্ত্ৰী হৈ থকা সময়তে দলংখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। আনহাতে, ২০০২ চনৰ ২১ এপ্ৰিলত তদানীত্বন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বগীবিল দলঙৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd