• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষ্ণকায় কোমল চলঙৰ কাছ পোৱালীক ডিফলু নদীত এৰি দিব বন মন্ত্ৰী শুক্লবৈদ্যই

by
December 25, 2018 8:50 pm
2641169196_a685b09f2e_b
399
VIEWS
Share on FacebookShare on Twitter

অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৪০ টা কৃষ্ণকায় কোমল চলঙৰ কাছৰ পোৱালীক নদীৰ পানীত এৰি দিব। কাইলৈ ২৬ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপস্থ ডিফলু নদীত এই বিৰল প্ৰজাতিৰ কাছৰ পোৱালীকেইটাক এৰি দিয়া হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কৃষ্ণকায় কোমল চলঙৰ কাছ বনৰীয়া প্ৰজাতিটো বিলুপ্ত হৈছে। কিন্তু ‘হেল্প আৰ্থ’ নামৰ এটা বেচৰকাৰী সংস্থাই অসম চৰকাৰৰ সৈতে সহযোগিতাৰে এই প্ৰজাতিটো সংৰক্ষণৰ ব্যৱস্থা কৰিছে। বেচৰকাৰী সংস্থাটোৱে অসমৰ ১৫টা মন্দিৰৰ পুখুৰীত এই কাছকেইটাৰ প্ৰজাতিটো চিনাক্ত কৰিছে আৰু কেইটামানেৰে কাছ সংৰক্ষণ কেন্দ্ৰ এটা গঠন কৰিছে।

এগৰাকী বিষয়াই জনাইছে, ‘‘তেওঁলোকৰ এটা অতি গুৰুত্বপূৰ্ণ কাছ সংৰক্ষণ কেন্দ্ৰ হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত আছে। জিলা প্ৰশাসন, হেল্প আৰ্থ আৰু মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত শেহতীয়াভাৱে কৃষ্ণকায় কোমল চলঙৰ কাছৰ প্ৰজনন সম্ভৱ কৰিছে।

কণী ফুটি পোৱালী হোৱাৰ পাছত ৬ মাহলৈকে পোৱালীসমূহ লালন পালন কৰা হৈছে আৰু সিহঁতক মুকলি কৰি দিয়াৰ বাবে সাজু কৰা হৈছে। কাছৰ পোৱালীসমূহক অসম চিৰিয়াখানালৈ আনি তাৰ পাছত ডিএফঅ’ তেজস মৰিস্বামীৰ তত্বাৱধানত কাজিৰঙাৰ ওচৰৰ ডিফলু নদীত এৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। মুঠ ৪০ টা পোৱালীক ডিফলু নদীত এৰি হ’ব বুলি এগৰাকী বিষয়াই জনাইছে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd