• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম জাতীয় বিদ্যালয়ে গৌৰৱেৰে সম্পূৰ্ণ কৰিলে ২৫ বছৰ; আজিৰ পৰা ৰূপালী জয়ন্তী সমাৰোহ

ইংৰাজী মাধ্যমৰ আগ্ৰাসনৰ প্ৰৱল সোঁতৰ মাজত সবলভাৱে থিয় হৈ থকা এটা স্তম্ভৰ নাম অজাবি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2018 10:09 am
Asom Jatiya Bidyalaya

নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ। ফটোৰ উৎস : কমলাকান্ত বৰাৰ ফেইচবুক পোষ্ট।

982
VIEWS
Share on FacebookShare on Twitter

ইংৰাজী মাধ্যমৰ প্ৰৱল আগ্ৰাসনৰ সোঁতৰ মাজত সবলভাৱে থিয় হৈ থকা এটা স্তম্ভ হিচাপে প্ৰায় সকলো অসমীয়াই গণ্য কৰা অসম জাতীয় বিদ্যালয়ে গৌৰৱেৰে ২৫টা বছৰ সম্পূৰ্ণ কৰিলে। অসমত মাতৃভাষা মাধ্যমৰ শিক্ষাত গুণগত মানৰ সৈতে সবল ভেটি ধৰি থকা এই বৃহৎ শৈক্ষিক অনুষ্ঠানটোৱে ২৫ বছৰীয়া সফলতাক অনন্য ধৰণে উদযাপনৰ বাবে আগ বাঢ়িছে।

সেই উপলক্ষে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আজি আৰম্ভ হৈছে অসম জাতীয় বিদ্যালয় আৰু জাতীয় বিদ্যালয় সত্তাৰ ৰূপালী জয়ন্তী সমাৰোহ। এই সমাৰোহ উপলক্ষে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত উদুলি-মুদুলি পৰিৱেশ দেখা পোৱা গৈছে।

অসমৰ বিভিন্ন প্ৰান্তত থকা জাতীয় বিদ্যালয় সত্তাৰ অংশস্বৰূপ মুঠ ২৬খন জাতীয় বিদ্যালয়ৰ প্ৰতিনিধিয়ে এই সমাৰোহত অংশ লোৱা বুলি জানিব পৰা গৈছে।

সমাৰোহৰ কাৰ্য্যসূচীসমূহ নুনমাটিস্থিত গুৱাহাটী তেল শোধনাগাৰ খেলপথাৰ আৰু জাতীয় বিদ্যালয় চৌহদত অনুষ্ঠিত হ’ব।

২৬ ডিচেম্বৰ, অৰ্থাৎ আজি পুৱাতে কেন্দ্ৰীয় পতাকা উত্তোলনৰ লগতে অংশগ্ৰহণ কৰা আটাইবোৰ বিদ্যালয়ৰ পতাকা উত্তোলন আৰু চহিদ তৰ্পণো সম্পন্ন হোৱাৰ কথা।

কাৰ্য্যসূচী মতে, অহা ২৯ ডিচেম্বৰত অভিভাৱক সমাৰোহ, ৩০ ডিচেম্বৰত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ, ৩১ ডিচেম্বৰত আমাৰ ৰূপালী জয়ন্তী শীৰ্ষক কাৰ্য্যসূচী আৰু ১ জানুৱাৰিত দিনত মূল অনুষ্ঠান আৰু সন্ধিয়ালৈ ৰূপালী সন্ধিয়া শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান।

অহা ৩১ জানুৱাৰিত ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, গ্ৰন্থ আৰু তথ্যচিত্ৰ উন্মোচন কৰা হ’ব বুলি বিদ্যালয়ৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জনায়।

উল্লেখযোগ্য যে ১৯৯৩ চনতে স্থাপিত অসম জাতীয় বিদ্যালয়ে ২৫টা বছৰ সফলতা আৰু গৌৰৱেৰে সম্পূৰ্ণ কৰা উপলক্ষে ২০১৮ চনৰ ১ জানুৱাৰিৰ পৰা ২০১৯ চনৰ ১ জানুৱাৰিলৈকে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছে। ইংৰাজী মাধ্যমৰ আগ্ৰাসনৰ প্ৰৱল সোঁতৰ মাজত অসমীয়া মাধ্যমক সফলভাৱে ধৰি ৰাখিছে অসম জাতীয় বিদ্যালয় বা চমুকৈ অজাবি আৰু লগতে ইয়াৰ সম্প্ৰসাৰিত সত্তাটোৱে। ইয়াক সবলভাৱে থিয় হৈ থকা এটা স্তম্ভ বুলিব পাৰি।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd