• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম জাতীয় বিদ্যালয়ে গৌৰৱেৰে সম্পূৰ্ণ কৰিলে ২৫ বছৰ; আজিৰ পৰা ৰূপালী জয়ন্তী সমাৰোহ

ইংৰাজী মাধ্যমৰ আগ্ৰাসনৰ প্ৰৱল সোঁতৰ মাজত সবলভাৱে থিয় হৈ থকা এটা স্তম্ভৰ নাম অজাবি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2018 10:09 am
Asom Jatiya Bidyalaya

নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ। ফটোৰ উৎস : কমলাকান্ত বৰাৰ ফেইচবুক পোষ্ট।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংৰাজী মাধ্যমৰ প্ৰৱল আগ্ৰাসনৰ সোঁতৰ মাজত সবলভাৱে থিয় হৈ থকা এটা স্তম্ভ হিচাপে প্ৰায় সকলো অসমীয়াই গণ্য কৰা অসম জাতীয় বিদ্যালয়ে গৌৰৱেৰে ২৫টা বছৰ সম্পূৰ্ণ কৰিলে। অসমত মাতৃভাষা মাধ্যমৰ শিক্ষাত গুণগত মানৰ সৈতে সবল ভেটি ধৰি থকা এই বৃহৎ শৈক্ষিক অনুষ্ঠানটোৱে ২৫ বছৰীয়া সফলতাক অনন্য ধৰণে উদযাপনৰ বাবে আগ বাঢ়িছে।

সেই উপলক্ষে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আজি আৰম্ভ হৈছে অসম জাতীয় বিদ্যালয় আৰু জাতীয় বিদ্যালয় সত্তাৰ ৰূপালী জয়ন্তী সমাৰোহ। এই সমাৰোহ উপলক্ষে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত উদুলি-মুদুলি পৰিৱেশ দেখা পোৱা গৈছে।

Apply Now

অসমৰ বিভিন্ন প্ৰান্তত থকা জাতীয় বিদ্যালয় সত্তাৰ অংশস্বৰূপ মুঠ ২৬খন জাতীয় বিদ্যালয়ৰ প্ৰতিনিধিয়ে এই সমাৰোহত অংশ লোৱা বুলি জানিব পৰা গৈছে।

সমাৰোহৰ কাৰ্য্যসূচীসমূহ নুনমাটিস্থিত গুৱাহাটী তেল শোধনাগাৰ খেলপথাৰ আৰু জাতীয় বিদ্যালয় চৌহদত অনুষ্ঠিত হ’ব।

২৬ ডিচেম্বৰ, অৰ্থাৎ আজি পুৱাতে কেন্দ্ৰীয় পতাকা উত্তোলনৰ লগতে অংশগ্ৰহণ কৰা আটাইবোৰ বিদ্যালয়ৰ পতাকা উত্তোলন আৰু চহিদ তৰ্পণো সম্পন্ন হোৱাৰ কথা।

কাৰ্য্যসূচী মতে, অহা ২৯ ডিচেম্বৰত অভিভাৱক সমাৰোহ, ৩০ ডিচেম্বৰত প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ, ৩১ ডিচেম্বৰত আমাৰ ৰূপালী জয়ন্তী শীৰ্ষক কাৰ্য্যসূচী আৰু ১ জানুৱাৰিত দিনত মূল অনুষ্ঠান আৰু সন্ধিয়ালৈ ৰূপালী সন্ধিয়া শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান।

অহা ৩১ জানুৱাৰিত ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, গ্ৰন্থ আৰু তথ্যচিত্ৰ উন্মোচন কৰা হ’ব বুলি বিদ্যালয়ৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জনায়।

উল্লেখযোগ্য যে ১৯৯৩ চনতে স্থাপিত অসম জাতীয় বিদ্যালয়ে ২৫টা বছৰ সফলতা আৰু গৌৰৱেৰে সম্পূৰ্ণ কৰা উপলক্ষে ২০১৮ চনৰ ১ জানুৱাৰিৰ পৰা ২০১৯ চনৰ ১ জানুৱাৰিলৈকে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিছে। ইংৰাজী মাধ্যমৰ আগ্ৰাসনৰ প্ৰৱল সোঁতৰ মাজত অসমীয়া মাধ্যমক সফলভাৱে ধৰি ৰাখিছে অসম জাতীয় বিদ্যালয় বা চমুকৈ অজাবি আৰু লগতে ইয়াৰ সম্প্ৰসাৰিত সত্তাটোৱে। ইয়াক সবলভাৱে থিয় হৈ থকা এটা স্তম্ভ বুলিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd