• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ত আবদ্ধ খনি শ্ৰমিকক লৈ এইবাৰ টুইট যুদ্ধত ৰাহুল গান্ধী

অনুপ শৰ্মা by অনুপ শৰ্মা
December 26, 2018 10:30 pm
Rahul-Gandhi

ৰাহুল গান্ধী। সৌজন্য- Northeast Now|

245
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ কয়লা খনিত অসমৰ ৪ জনকে ধৰি ১৪ গৰাকী শ্ৰমিকে অতি কৰুণভাৱে মৃত্যুক সাৱটি লোৱা ঘটনাটোক লৈ টুইট যুদ্ধত নামি পৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী।

বগীবিল দলং উদ্বোধন কৰি প্ৰধান মন্ত্ৰীয়ে ফট’ৰ প’জ দি থকাৰ বিপৰীতে মেঘালয়ৰ কয়লা খনিত যোৱা দুসপ্তাহ ধৰি আবদ্ধ শ্ৰমিককেইজনক উদ্ধাৰৰ বাবে উচ্চ চাপযুক্ত পাম্পৰ ব্যৱস্থা নকৰাক লৈ মঙলবাৰে টুইটাৰত নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল গান্ধীয়ে।

15 miners have been struggling for air in a flooded coal mine for two weeks.

Meanwhile, PM struts about on Bogibeel Bridge posing for cameras.

His government refuses to organise high pressure pumps for the rescue.

PM please save the miners. https://t.co/STZS62vTp4

— Rahul Gandhi (@RahulGandhi) December 26, 2018

শ্ৰমিককেইজনক উদ্ধাৰ কৰিবলৈয়ো প্ৰধান মন্ত্ৰীক অনুৰোধ জনাইছিল কংগ্ৰেছ সভাপতিজনে। উন্নত সা-সঁজুলিৰ অভাৱত উদ্ধাৰ অভিযানত অসুবিধা হোৱা বুলি প্ৰকাশিত এটা বাতৰিৰ পিছতে এই প্ৰতিক্ৰিয়া কৰিছিল গান্ধীয়ে।

লগতে পঢ়ক– মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনা, অসমৰ শ্ৰমিককে ধৰি ১৩জনৰ মৃত্যুৰ আশংকা

গান্ধীৰ উক্ত টুইটৰ পিছতে চৰকাৰে চলোৱা উদ্ধাৰ অভিযান সম্পৰ্কে জনাই এটা ৰিপ্লাই দিয়ে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাদ চাংমাই।

গান্ধীৰ টুইতটো বুধবাৰে ৰাতি ১০:৩০ বজালৈকে প্ৰায় ১৮ হাজাৰ লোকে লাইক, ৬ হাজাৰে ৰি টুইট আৰু ৩ হাজাৰে কমেন্ত কৰিছে।

আনহাতে উক্ত টুইটৰ পিছতে দুৰ্ঘটনাটোৰ বাবে কংগ্ৰেছকহে দোষ দি “ত্ৰেজিদিক লৈ ৰাজনীতি নকৰিব”লৈ এটা টুইট কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

এছ দি আৰ এফ আৰু এন দি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সফল হ’ব পৰা নাই।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd