• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টেপেছিয়াত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰাষ্ট্ৰীয় জনজাতি ক্ৰীড়া সমাৰোহ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2018 1:19 pm
Tribal Sports

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

195
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰ টেপেছিয়া লক্ষ্মীবাঈ শাৰীৰিক শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰাংগণত আৰম্ভ হ’ব ২১ সংখ্যক ৰাষ্ট্ৰীয় জনজাতি ক্ৰীড়া সমাৰোহ। অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমৰ উদ্যোগত আয়োজন কৰা হৈছে এই ক্ৰীড়া সমাৰোহখন। 

অহা চাৰিদিনলৈ চলিবলগীয়া এই সমাৰোহত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে বুধবাৰতে টেপেছিয়াৰ ক্ৰীড়া প্ৰাংগণত আহি উপস্থিত হৈছেহি দেশৰ ৩৭খন ৰাজ্যৰ প্ৰায় এশ জনগোষ্ঠীৰ ১২০০ প্ৰতিযোগী।

উল্লেখ্য যে ক্ৰীড়া সমাৰোহৰ শুভাৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীয়ূষ গোৱেল, কেন্দ্ৰীয় জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী জুয়েল অ’ৰামৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

আনহাতে ২৬ ডিচেম্বৰৰ সন্ধিয়া পাঁচ বজাত সমাৰোহৰ লগত সংগতি ৰাখি স্থানীয় পৰম্পৰাগত ক্ৰীড়াৰ এক বিশেষ প্ৰদৰ্শনীৰ অনুষ্ঠিত কৰা হয়। এই প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰমৰ ৰাষ্ট্ৰীয় সভাপতি জগদীও ৰাম ওৰাম আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যুটীয়া সাধাৰণ সম্পাদক এছ জি ছোনীয়ে।

উল্লেখ্য যে এই ক্ৰীড়া সমাৰোহত ১৪, ১৭ আৰু ২১ অনূৰ্ধ্বৰ ল’ৰা আৰু ছোৱালী খেলুৱৈৰ বাবে অনুষ্ঠিত হ’ব এথলেটিকছ, মাৰাথন দৌৰ, লংজাম্প, থ্ৰ’ ইভেণ্ট, আৰ্চাৰী। তদুপৰি পৰম্পৰাগত খেলবোৰৰো প্ৰদৰ্শনী কৰা হ’ব।

Recent News

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd