• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৈশ স্বপ্নৰ নিৰ্দেশত চলমান অখিল গগৈ!

চিন্দিকে’ট সন্দৰ্ভত গগৈৰ অভিযোগ ভিত্তিহীন আৰু নিৰৰ্থক: নুমল মমিন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 28, 2018 6:40 pm
Akhil Gogoi

অখিল গগৈ। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতি দেখা সপোন মতে চলে অখিল গগৈ! আনে নক’লেও অসম বিজেপিৰ মতে এই কথাই সত্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনৰ ক্ষেত্ৰত।

অসমৰ বিজেপি-আৰ এচ এচ নেতা আৰু খোদ মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয় চিন্দিকে’টত জৰিত বুলি শেহতীয়াকৈ কৰা অভিযোগৰ বাবে কৃষক মুক্তিৰ নেতাজনক শুকুৰবাৰে এইদৰে উভটি ধৰিছে ৰাজ্যিক বিজেপিয়ে।

Apply Now

“অখিল গগৈয়ে ৰাতি যি সপোন দেখে সেয়াই দিনৰ বক্তব্যত দাঙি ধৰে। তেওঁৰ ওচৰত থকা তথ্য মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয় তথা ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত দাখিল কৰক,” সংবাদমেলত দলটোৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালৰ মন্তব্য।

আৱালৰ অনুৰূপ মন্তব্যৰে দলটোৰ বোকাজানৰ বিধায়ক নুমল মমিনেও চিন্দিকে’ট সন্দৰ্ভত গগৈৰ অভিযোগ “ভিত্তিহীন আৰু নিৰৰ্থক” বুলি দাবী কৰি তথ্য থাকিলে কৃষক মুক্তিৰ নেতাজনক আদালতৰ কাষ চাপিবলৈ পৰামৰ্শ আগবঢ়াইছে।

BJP spoke parson and MLA Dr Numal Momin addressing press conference at BJP party office in Guwahati on 28-12-18. Pix BY UB photos
শুকুৰবাৰে বিজেপি নেতাৰ সংবাদমেল। ছবি- ইউ বি।

গগৈয়ে খোদ মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ পৰা চিন্দিকে’ট চলা বুলি দাবী কৰিছিল।

“মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ পৰা পোনপটীয়াকৈ চলি আছে চিণ্ডিকে’টৰাজ। মুখ্য মন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ সদস্য সচিব আৰু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু নিজৰ বিশেষ কৰ্তব্যৰত বিষয়া তিনিচুকীয়াৰ কয়লা ছিণ্ডিকেটৰ সৈতে জৰিত থকাৰ অভিযোগ উঠিছে,” শাসকীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু বলীন চেতিয়া মাৰ্ঘেৰিটাৰ কয়লা চিন্দিকে’টত জৰিত বুলি দাবী কৰি বুধবাৰে সংবাদমেলযোগে এই মন্তব্য কৰিছিল গগৈয়ে।

তাৰোপৰি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই পূৰ্বৰ দৰেই শাক-পাচলি, ফলমূল আৰু পান মাছৰ চিন্দিকে’ট চলোৱাৰ লগতে হাজৰিকাৰ সৈতে স্বাস্থ্য, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাংলাদেশলৈ গৰু সৰবৰাহত জৰিত বুলিও তেওঁ দাবী কৰিছিল।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ মান্দাকাটা পাহাৰ “গোটে গোটে কাটি শেষ কৰি দিয়া হৈছে” বুলি দাবী কৰি গগৈয়ে অভিযোগ কৰিছিল যে এই সন্দৰ্ভত আজি পৰ্য্যন্ত কোনো তদন্ত হোৱা নাই।

পৰৱৰ্তী সময়ত কয়লা চিন্দিকে’টৰ “অধিক তথ্য” ফাদিল কৰা হ’ব বুলি সংবাদমেলত ঘোষণা কৰিছিল গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd