• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিত্তীয় কেলেংকাৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিজনক ৫ বছৰকৈ কাৰাদণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2019 1:02 pm
Guwahati University

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ত ১৫ বছৰৰ পূৰ্বেই সংঘটিত হোৱা প্ৰায় ৩৫ লাখ টকাৰ এটা কেলেংকাৰিত বিশ্ববিদ্যালয়খনৰ তেতিয়াৰ চাৰিজন কৰ্মচাৰীক দোষী সাব্যস্ত কৰিছে চি বি আইৰ বিশেষ আদালতে। এই চাৰিওজনকে ৫ বছৰকৈ কাৰাদণ্ড ৰায় দিছে আদালতখনে। জানিব পৰামতে, কৰ্মচাৰীকেইজনে উক্ত পৰিমাণৰ টকা বিশ্ববিদ্যালয়ৰ একাউণ্টত জমা হোৱা বুলি ভুৱাকৈ দেখুৱাইছিল।

২০০৩ চনতে সংঘটিত হোৱা কেলেংকাৰিটোৰ তদন্ত ২০০৫ চনত চি বি আইক অৰ্পণ কৰিছিল ৰাজ্য চৰকাৰে।

Apply Now

শাস্তিৰ সন্মুখীন হোৱা কৰ্মচাৰীকেইজন হ’ল ক্ৰমে কুমুদ বৰ্মন (মুখ্য কেছিয়াৰ), নগেন চন্দ্ৰ শৰ্মা (মুখ্য কেছিয়াৰ), ৰামগোপাল প্ৰসাদ (মুখ্য কেছিয়াৰ) আৰু বিত্ত বিভাগৰ নিৰাপত্তা ৰক্ষী দীপক কলিতা।

গুৱাহাটীস্থিত চি বি আইৰ বিশেষ আদালতে এই কেওজনকে ৫ বছৰকৈ কাৰাদণ্ড দিয়ে। ইয়াৰে নগেন চন্দ্ৰ শৰ্মা আৰু কুমুদ বৰ্মনক ৫ বছৰ কাৰাদণ্ড বিহাৰ লগতে ৫ লাখ টকাকৈ জৰিমনা আদায়ৰ নিৰ্দেশ দিছে। জৰিমনা দিব নোৱাৰিলে দুয়োজন কৰ্মচাৰীয়ে অতিৰিক্ত এবছৰকৈ কাৰাবাস খাটিব লাগিব।

আনহাতে কনিষ্ঠ কেছিয়াৰ হিচাপে কৰ্মৰত ৰামগোপাল প্ৰসাদ আৰু নিৰাপত্তা ৰক্ষী দীপক কলিতাক ৫ বছৰ কাৰাদণ্ড আৰু দুই লাখ টকাকৈ জৰিমনা আদায়ৰ নিৰ্দেশ দিয়ে। জৰিমনা অবিহনে দুয়োজন কৰ্মচাৰীয়ে অতিৰিক্ত এবছৰ কাৰাবাস খাটিব লাগিব।

জানিব পৰা মতে, বিত্তীয় কেলেংকাৰিটোত ৩৪,৬৭,৮১৬ টকাৰ কেলেংকাৰি সংঘটিত হৈছিল। উক্ত কেলেংকাৰি সন্দৰ্ভত ২০০৩ চনত জালুকবাৰী থানাত এটা গোচৰ ৰুজু হৈছিল। জালুকবাৰী থানাই ইয়াৰ তদন্ত কৰি থকাৰ মাজতে ২০০৫ চনত ৰাজ্য চৰকাৰে কেলেংকাৰিটোৰ তদন্ত চি আইক অৰ্পণ কৰিছিল। চি বি আয়ে আৰ চি ১৫ (এ)/২০০৫-জি ডব্লিউ এইচ্ছ নম্বৰৰ গোচৰ ৰুজু কৰি কেলেংকাৰিটোৰ তদন্ত কৰে। ২০০৮ চনৰ ২৬ ডিচেম্বৰত তদন্তকাৰী সংস্থাটোৱে উক্ত কৰ্মচাৰী চাৰিজনক অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। চি বি আইৰ বিশেষ আদালতে চাৰিওজন কৰ্মচাৰীক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ (বি), ৪০৯, ৪৬৮ আৰু ৪৭১ ধাৰাত দোষী সাব্যস্ত কৰাৰ লগতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনতো দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd