• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীৰ শালমৰাৰ কুমাৰসকলৰ মাজত আজিও বৰ্তিছে বিনিময় প্ৰথা

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
January 2, 2019 5:16 pm
Potter-3jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাচীন পৰম্পৰা অক্ষুণ্ণ ৰাখি মাজুলীৰ কুমাৰসকল ইতিমধ্যে তেওঁলোকৰ হাতে গঢ়া মাটিৰ পাত্ৰসমূহ বিক্ৰি কৰাৰ বাবে লখিমপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ আহি পাইছেহি।

কুমাৰসকলে মাটিৰ টেকেলী ভৰা নাওঁসমূহ লৈ আহি লখিমপুৰৰ ধূনাগুড়ি অঞ্চলত বাহৰ পাতিছেহি। বিশেষকৈ দৈ জমাবলৈ ব্যৱহাৰ কৰা মাটিৰ টেকেলীসমূহ মাঘবিহুৰ সময়ত যথেষ্ট চাহিদা দেখা পোৱা যায়। মাজুলীৰ মাজুলীৰ শালমৰা এলেকাৰ পৰা অহা কুমাৰসকলে তেওঁলোকৰ হাতে গঢ়া টেকেলীসমূব বিক্ৰি কৰাৰ বাবে প্ৰায় এমাহ ধৰি এই এলেকাটোত থাকিব আৰু ব্যৱসায়ত লাব কৰা লাভ লৈ ঘৰলৈ উভতিব।

Apply Now

উল্লেখ্য যে লখিমপুৰৰ ধূনাগুড়িঘাটত নাওঁ বান্ধি তেওঁলোকে মাটিৰ পাত্ৰসমূহ বিক্ৰিৰ বাবে এটা বিশেষ সম্প্ৰদায়ক উপলক্ষ্য কৰি বাণিজ্য কৰিবলৈ অহাটোৱে এটা বিশেষ তাৎপৰ্য বহন কৰে।

লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহচক্ৰৰ অন্তৰ্গত ধনশিৰিঘাটৰ আশে পাশে এক বিস্তীৰ্ণ এলেকা জুৰি দেউৰী সম্প্ৰদায়ৰ লোকে বসবাস কৰে। বাৰে ৰহণীয়া দেউৰী সম্প্ৰদায়ে শস্য চপোৱাৰ পাচত ছিউজি নামৰ এবিধ পানীয় প্ৰস্তুত কৰে। এই কামৰ বাবে টেকেলী অতি প্ৰয়োজনীয় সামগ্ৰী। বহু বছৰৰ পৰাই শালমাৰাৰ টেকেলীয়েদেউৰীসকল ৰ চাহিদা পূৰণ কৰি আহিছে। দীৰ্ঘ দিন ধৰি শালমৰাৰ টেকেলীয়ে দেউৰীকলক যোগান ধৰি অহাৰ বাবে প্ৰতি বছৰেই নাওঁত টেকেলী বোজাই কৰি কুমাৰসকল আহি দেউৰীসকলৰ এলেকাত আহি উপস্থিত হয়।

কুমাৰসকলে সাধাৰণতে তেওঁলোকৰ টেকেলীসমূহ নিয়মীয়া গ্ৰাহকসকলৰ ওচৰত বিক্ৰি কৰে আৰু সস্য চপোৱাৰ সময়লৈকে অপেক্ষা কৰি থাকে। তেতিয়া শস্য চপোৱা হয়, তেতিয়া কুমাৰসকল পুনৰ গাঁৱলৈ আহে আৰু তেওঁলোকৰ টেকেলীৰ মূল্য হিচাপে ধান গ্ৰহণ কৰি নাওঁত বোজাই কৰি পুনৰ মাজুলীলৈ উভতি যায়। এক কথাত এই বিনিময় প্ৰথা দীৰ্ঘ দিনৰ পৰা চলি আহিছে। ইয়াৰে মাজতে কুমাৰ সকলে তেওঁলোকৰ টেকেলীসমূহ স্থানীয় ব্যৱসায়ীৰ ওচৰত বিক্ৰি কৰি যায় যায় আৰু স্থানীয় ব্যৱসায়ীসকলে তেওঁলোকৰ টেকেলীসমূহ লখিমপুৰৰ বিভিন্ন সাপ্তাহিক বজাৰত বিক্ৰি কৰে।

কুমাৰসকলে তেওঁলোকৰ বান্ধি থোৱা নাওঁত দেউৰীসকলৰ শস্য চপোৱাৰ সময়লৈকে মাহৰ পাছত মাহ ধৰি অপেক্ষা কৰি থাকে। পূৰ্বে, তেওঁলোকে প্ৰতি দিন অহা-যোৱা কৰি থকা নাৱৰীয়া বা মাছৰীয়াৰ সহায়ত ঘৰলৈ বতৰা পঠাইছিল যদিও সময় আগবঢ়াৰ লগে লগে মোবাইল ফোনেৰে যোগাযোগ সম্ভৱপৰ হৈ উঠিছে।

শালমৰাৰ কুমাৰসকলে বছৰৰ একোটা সময়ত উত্তৰ পাৰৰ দেউৰীসকলৰ সৈতে ব্যৱসায় কৰে। বাণিজ্যৰ বাবে টেকেলী গঢ়িবলৈ কুমাৰসকলে সম্পূৰ্ণ এটা বছৰ অতিবাহিত কৰে। মাটিৰ পাত্ৰ গঢ়িবলৈ কুমাৰসকলে ৪০/৫০ ফুট খান্দি সেই বিশেষ আলতীয়া মাটিখিনি আহৰণ কৰিবলগীয়া হয়। বিশেষকৈ ফেব্ৰুৱাৰি আৰু মাৰ্চ মাহত এই মাটি আহৰণৰ কামখিনি কৰা হয়। কিছু ৰাসায়নিক প্ৰক্ৰিয়াৰ মাজেৰে যাবলৈ এই মাটিখিনি কেইমাহমান এই মাটিখিনি মাটিৰ তলৰ ৫ফুট তলত পুতি ৰখা হয়।

তাৰ পাছ সেয়া তুলি আনি শুকোৱা হয় আৰু বেলেগ বেলেগ আকাৰত থৈ দিয়া হয়। সেউজী ছিউজি ৰাখিবলৈ প্ৰয়োজন হোৱা টেকেলীসমূহ গাখীৰ বা দৈ ৰাখিবলৈ বনোৱা টেকেলীতকৈ ডাঙৰ হয়। উক্ত টেকেলীসমূহ সাধাৰণতে আগষ্ট বা ছেপ্টেম্বৰ মাহত পোৰা হয় আৰু সেয়া নৱেম্বৰ মাহত পৰিবহণ কৰাৰ বাবে প্ৰস্তুত হৈ উঠে।

প্ৰতি বছৰে অহা বানপানীৰ বাবে শালমৰাৰ কুমাৰসকলে বাৰিষা কালত খেতি কৰিব নোৱাৰে বাবে উত্তৰ পাৰৰ গাঁৱসমূহৰ পৰা অনা ধানসমূহ তেওঁলোকৰ জীৱিকাৰ বাবে একমাত্ৰ অৱলম্বন। প্ৰতি বছৰৰ শেষৰ ফালে তেওঁলোকে মাটিৰ টেকেলীসমূহ লৈ আহে আৰু আগন্তুক বছৰৰ বাবে ধান লৈ উভতি যায়।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd