• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্নীতি-বিৰোধী বিষয়াৰ জালত ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ কৰ্মচাৰী

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
January 5, 2019 11:19 am
Untitled-1 copy (3)
685
VIEWS
Share on FacebookShare on Twitter

৪ জানুৱাৰি শুকুৰবাৰে অসম আৰক্ষীৰ ভিজিলেঞ্চ আৰু দুৰ্নীতি-বিৰোধী বিভাগৰ অভিযানত দৰঙৰ জিলা ঔষধ পৰিদৰ্শক কাৰ্যালয়ৰ কৰ্মচাৰী এজন গ্ৰেপ্তাৰ হৈছে। অভিযুক্তজনক মঙলদৈ টাউনৰ ২ নং ৱাৰ্ডৰ বাসিন্দা নাছিউৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্তই বেছিমাৰীৰ বাসিন্দা আজগৰ আলীক এখন হোলছেল ঔষধৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে ৩০,০০০ টকা উৎকোচ বিচাৰিছিল। তাৰ পাছতেই আজগৰ আলীয়ে অসম আৰক্ষীৰ ভিজিলেঞ্চ আৰু দুৰ্নীতি-বিৰোধী বিভাগৰ সহায় বিচাৰে। তাৰ পাছত বিভাগে অভিযুক্তজনক ধৰাৰ বাবে জাল পেলায়। আজগৰ আলীয়ে ৰহমানক তেওঁৰ ভাৰাত লোৱা কাৰ্যালত ২৫,০০০ টকা উৎকোচ হিচাপে আগবঢ়ায়।

প্ৰথমতে ৰহমানে টকাখিনি লৈছিল যদিও সন্দেহ হোৱাত টকাখিনি পেলাই দি তেওঁ পলাব বিচাৰে। কিন্তু অসামৰিক পোচাকত জোপ লৈ থকা আৰক্ষীৰ লোকে লগে লগে তেওঁক ধৰি পেলায়। প্ৰাথমিক জেৰাত অভিযুক্ত ৰহমানে উৎকোচৰ ধনখনি লোৱাৰ কথা অস্বীকাৰ কৰিছিল।

এই অভিযানক নেতৃত্ব দিয়া আৰক্ষীৰ উপ অধীক্ষক অমিত কুমাৰ হোজায়ে নৰ্থ ইষ্ট নাওক জনাইছে যে নাছিউৰ ৰহমানৰ বিৰুদ্ধে চলা এই অভিযানটো নিশা ৯-০০ বজালৈকে চলিছিল আৰু ভিজিলেঞ্চ আৰু দুৰ্নীতি-বিৰোধী বিভাগে অভিযুক্তৰ বাসগৃহত তালাচী চলাইছিল। তাৰ পূৰ্বে বিভাগে ৰহমানৰ বিপক্ষে দুৰ্নীতি বিবাৰক আইনৰ অন্তৰ্গত (০১/১৯) এটা গোচৰ ৰুজু কৰিছিল। অভিযুক্ত ৰহমানক পাছত মঙলদৈৰ পৰা গুৱাহাটীলৈ অনা হয়।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd