• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অথলে গ’ল অসমীয়াৰ প্ৰতিবাদ : যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2019 2:37 pm
JPC-submits-final-report-on-CAB-750x430

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জেপিচিয়ে সংসদত দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন।

1.9k
VIEWS
Share on FacebookShare on Twitter

অসমবাসীৰ বাবে আটাইতকৈ উপহাসৰ দিন হিচাপে পৰিগণিত কৰি আজি যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সন্দৰ্ভত ইয়াৰ চূড়ান্ত প্ৰতিবেদন লোকসভাৰ লগতে ৰাজ্যসভাতো দাখিল কৰে।

যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে দাখিল কৰা ৪৪০ পৃষ্ঠাজোৰা চূড়ান্ত প্ৰতিবেদনখনে অসমৰ থলুৱা তথা খিলঞ্জীয়া লোকৰ ভৱিষ্যত নিৰ্দ্ধাৰণ কৰিব। কাইলৈ সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনাখন বিধেয়কখন লোকসভাত গৃহীত কৰা হ’ব।

উল্লেখযোগ্য যে অসমলৈ আহোতে যুটীয়া সংসদীয় সমিতিয়ে জনসাধাৰণৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল যদিও অধিকাংশই বিধেয়কখনৰ বিৰোধিতা কৰিছিল আৰু সমিতিয়ে তেওঁলোকৰ মতামত গ্ৰহণ কৰিছিল।

ইয়াৰ পাছত সমিতিয়ে মতামত গ্ৰহণৰ বাবে পুনৰ অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া হৈ নুঠিল আৰু তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন আজি দাখিল কৰে।

আনহাতে, জেপিচিয়ে আজি প্ৰতিবেদন দাখিল কৰাৰ সময়তে ৰাজ্যখনৰ লগতে নতুন দিল্লীতো ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰা হয়। কৃষক মুক্তিৰ নেতৃত্বত একাংশই বিধেয়কখনৰ বিৰুদ্ধে নতুন দিল্লীত উলংগ হৈ প্ৰতিবাদ কৰে।

অসমতো ৭০টাতকৈয়ো অধিক সংগঠনে ক’লা পতাকা উত্তোলন কৰি জিলাসমূহৰ উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd