• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংসদ ৰমেন ডেকাৰ বাসগৃহৰ সন্মুখত ক’লা পতাকা উৰুৱাই কৃষক মুক্তিৰ প্ৰতিবাদ

ৰমেন ডেকাক ‘অসমীয়াৰ জাতিদ্ৰোহী’ আখ্যা কৃষক মুক্তিৰ, আৰক্ষীয়ে আটক কৰিলে চাৰিজন প্ৰতিবাদকাৰীক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 7, 2019 3:14 pm
KMSS

সাংসদ ৰমেন ডেকাৰ বাসগৃহৰ সন্মুখত কৃষক মুক্তিৰ প্ৰতিবাদ ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়াৰ আবেগ-অনুভুতিক জলাঞ্জলি দি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষে যুটীয়া সংসদীয় কমিটিয়ে সংসদত প্ৰতিবেদন দাখিল কৰাক কেন্দ্ৰ কৰি আজি অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

তাৰ সমান্তৰালকৈ সোমবাৰৰ দিনটোত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে মহানগৰীৰ ভিন্ন প্ৰান্তত ক’লা পতাকা উৰুৱাই ‘ক’লা দিৱস’ উদযাপন কৰে। সাংসদ ৰমেন ডেকাৰ বাসগৃহৰ সন্মুখতো ক’লা পতাকা আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীসকলে।

Apply Now

প্ৰতিবাদকাৰীসকলে মংগলদৈৰ সাংসদ ৰমেন ডেকাৰ পল্টনবজাৰস্থিত বাসভৱনৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে সাংসদগৰাকীক ‘জাতিদ্ৰোহী’ আখ্যা দিয়ে।

এগৰাকী প্ৰতিবাদকাৰীৰ ভাষ্য, ’ৰমেন ডেকাই অসমীয়া জাতিক বিশ্বাসঘাটকতা কৰিছে। তেওঁ অসমীয়াৰ নামত কলংক।‘

প্ৰতিবাদকাৰীসকলে সাংসদ ৰমেন ডেকা মুৰ্দাবাদ, হায় হায়, গ’বেক ইত্যাদি ধ্বনিৰে কঁপাই তোলে সাংসদগৰাকীৰ বাসগৃহৰ সন্মুখভাগ।

আনহাতে, প্ৰতিবাদ চলি থকাৰ মাজতে প্ৰতিবাদস্থলীত পল্টনবজাৰ আৰক্ষী উপস্থিত হৈ কৃষক মুক্তিৰ চাৰিজন প্ৰতিবাদকাৰীক আটক কৰে। আটকাধীন প্ৰতিবাদকাৰীসকল ক্ৰমে দেবব্ৰত শইকীয়া, বিতোপন বৰুৱা আৰু আকাশ দলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মংগলদৈৰ সাংসদগৰাকী যুটীয়া সংসদীয় কমিটিৰ সদস্য আছিল আৰু তেওঁ বিলখনৰ বিৰোধিতা কৰাৰ বিপৰীতে সপক্ষেহে থিয় দিয়া পৰিলক্ষিত হৈছিল।

ইপিনে, গুৱাহাটীৰ হেঙেৰাবাৰী, খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ কাৰ্য্যালয়ৰ সন্মুখতো ক’লা পতাকা উৰুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd