• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট নাগৰিক, সাহিত্যিক, চিন্তাবিদ, উপন্যাসিক, সাংস্কৃতিক কৰ্মী কৃষ্ণ ৰায় মেধিৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2019 4:44 pm
krishna Rai

বিশিষ্ট সাহিত্যিক কৃষ্ণ ৰায় মেধি

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ এগৰাকী বিশিষ্ট নাগৰিক, সাহিত্যিক, চিন্তাবিদ, উপন্যাসিক, সাংস্কৃতিক কৰ্মী, গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত কৃষ্ণ ৰায় মেধিয়ে ৬ জানুৱাৰিৰ পুৱা মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে।

কৃষ্ণ ৰায় মেধি কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ প্ৰাক্তন সভাপতি, হাতীগাঁও নৱাৰুণ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক, বৃহত্তৰ হাতীগাঁও ৰঙালী বিহু সন্মিলনৰ প্ৰতিষ্ঠাপক, মাইবং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক হোৱাৰ লগতে মৃত্যুৰ প্ৰাকমুহূৰ্তলৈতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত হৈ আছিল।

Apply Now

বিশিষ্ট নাগৰিকগৰাকীৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে হাতীগাঁওস্থিত ললিতচুবুৰীৰ নিজ বাসগৃহত অলেখ গুণমুগ্ধৰে তেওঁৰ ঘৰ ভৰি পৰে। তেওঁৰ মৃত্যুত সদৌ অসম পেন্সন আৰু ফেমিলি পেন্সনাৰ্চ সন্থা, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ হাতীগাঁও আঞ্চলিক সমিতি, বৃহত্তৰ হাতীগাঁও-সিজুবাৰী ৰঙালী বিহু উদযাপন সমিতি, নৱাৰুণ সাহিত্য সভা, বৃহত্তৰ হাতীগাঁও-সিজুবাৰী নাগৰিক সমিতি, হাতীগাঁও ব্যৱসায়ী সন্থা, অল আছাম কেব অপাৰেটৰ্ছ য়ুনিয়ন, ৰেডিয়েণ্ট যুৱ সংঘ, শ্বাহ মমদুম শ্বাহ বাবাৰ মাজাৰ পৰিচালনা সমিতি, হাতীগাঁও কেতেকী তল দুৰ্গা পূজা মন্দিৰ পৰিচালনা সমিতি, হাতীগাঁও সিজুবাৰী ঈদগাহ-কৱৰস্থান পৰিচালনা সমিতি, হাতীগাঁও হাইস্কুল পৰিচালনা সমিতি, সিজুবাৰী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

ৰাজ্যখনে সমাজৰ হিতৰ বাবে কাম কৰা তথা সাহিত্যি, সংস্কৃতিৰ হকে কাম কৰা এগৰাকী লোক হেৰুৱালে বুলি দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে মত ব্যক্ত কৰে। কেৱল হাতীগাঁও অঞ্চলৰে নহয় কৃষ্ণ ৰায় মেধি অসমৰ ইতিহাসৰ উত্থাপ-পতনৰ সাক্ষী আছিল বুলি কয় বিভিন্ন দল-সংগঠনে।

দেওবাৰে দিনৰ ১২ বজাত ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী তথা বৃহত্তৰ হাতীগাঁও অঞ্চলৰ কেইবাশতাধিক লোকে বিশিষ্ট নাগৰিক, সাহিত্যিক, চিন্তাবিদ কৃষ্ণ ৰায় মেধিৰ নশ্বৰদেহ পুষ্পসজ্জিত বাহনেৰে অন্তিম যাত্ৰা কৰা হয়। পুষ্পসজ্জিত বাহনেৰে তেওঁৰ মৃতদেহ কঢ়িযায় নিয়াৰ সময়ত হাতীগাঁওস্থিত ৰেডিয়ান যুৱ সংঘ, হাতীগাঁও ব্যৱসায়ী সন্থা, কেতেকী তল দুৰ্গা মন্দিৰ, হাতীগাঁও হাইস্কুল আদিত বিভিন্ন লোকে অন্তিম শ্ৰদ্ধা যাচে।

তাৰ পিছতে অসম সচিবালয়, খ্ৰীষ্টান বস্তি, অসম সাহিত্য সভাৰ কাৰ্যালয়, গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত কৃষ্ণ ৰায় মেধিক অগণন গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা যাচে। কৃষ্ণ ৰায় মেধিৰ মৃত্যুত বৃহত্তৰ হাতীগাঁও-সিজুবাৰী এলেকাত শোকৰ ছাঁ পৰে৷ বৃহত্তৰ হাতীগাঁও-সিজুবাৰী এলেকাৰ অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়ীয়ে দোকান-পোহাৰ বন্ধ কৰি শোক পালন কৰি কৃষ্ণ ৰায় মেধিক সমবেদনা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত কৃষ্ণ ৰায় মেধিয়ে পত্নী, দুগৰাকী পুত্ৰ, দুগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায়।

প্ৰাক্তন আছু নেতা নুৰুল হ’কৰ শোক প্ৰকাশ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হ’কে বিশিষ্ট নাগৰিক, সাহিত্যিক, চিন্তাবিদ, উপন্যাসিক কৃষ্ণ ৰায় মেধিৰ মৃত্যুত শোক প্ৰকাশ কৰে।

হ’কে বিবৃতিৰ জৰিয়তে ৰায়ৰ মৃত্যু অসমীয়া সমাজখনৰ বাবে বৃহৎ ক্ষতি বুলি কয়। ৰায় অসমীয়াৰ জাতিৰ সু-চিন্তক আৰু সাধাৰণ মানুহৰ কথা ভবা লোক আছিল বুলিও কয়। হাতীগাঁও অঞ্চলৰ আটাইৰে আদৰ্শৰ লোক আছিল বুলি কৈ নুৰুল হ’কে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd