• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ ৰাজ্যতে আছুৰ অসম বন্ধত সৰ্বাত্মক প্ৰভাৱ : ৰাইজৰ স্বত:স্ফুৰ্ত সঁহাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2019 8:33 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত আছুৱে আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি ৰাজ্যৰ জনসাধাৰণে স্বত:স্ফুৰ্ত সঁহাৰি জনাইছে। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত যান-বাহন, শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ হৈ পৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তথা ৩০ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সমৰ্থনত অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে গুৱাহাটী মহানগৰীতো। মহানগৰীৰ বাট-পথত যান বাহনৰ চলাচল, দোকান-পাহাৰ আদি বন্ধ থকাৰ লগতে জনসাধাৰণেও নৈমিত্তিক কাম-কাজলৈ ওলাই অহা দেখা যোৱা নাই।

Apply Now

নলবাৰীৰ পাইকাৰকুছিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই বন্ধ সমৰ্থকে প্ৰতিবাদ কৰে। ইতিমধ্যে আৰম্ভ হোৱা অসম বন্ধৰ কাৰ্যসূচীৰ সমগ্ৰ নলবাৰীতে সৰ্বাত্মক প্ৰভাৱ পৰিছে।

নুমলীগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰে। ইপিনে, নুমলীগড়ৰ দৈগ্ৰোঙত ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰাৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত খণ্ডযুদ্ধৰ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

গোলাঘাটতো বন্ধৰ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰে। গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিত আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।

তেজপুৰতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। বন্ধৰ ফলত পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে চহৰখনতো যান-বাহনৰ চলাচল বন্ধ আছে।

শিৱসাগৰত অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে। ইয়াতো বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাৱ্যস্ত কৰিছে। শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন স্থানত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই যাতায়ত স্তব্ধ কৰি তোলে।

নামনি অসমৰ গোৱালপাৰাতো অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। জিলাখনৰ দুধনৈ, দৰংগিৰি, আগিয়া, ৰংজুলি আদিত যান-বাহনৰ চলাচল, ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ হৈ পৰিছে।

ইয়াৰ মাজতে দুই এটা বিক্ষিপ্ত ঘটনাৰ বাতৰিও পোৱা গৈছে। মুখ্য মন্ত্ৰীৰ গৃহ জিলা চাবুৱাত বন্ধ সমৰ্থকাৰীয়ে নৈশ বাছত শিল নিক্ষেপ কৰে। ইয়াতো অসম বন্ধৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যহত হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd