• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগা চুক্তি আৰু নাগালিম গঠনৰ বিষয়টো সমাধান নোহোৱা পৰ্যন্ত নিৰ্বাচন স্থগিত ৰখাৰ অনুৰোধ দল-সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 1:23 pm
এন এছ ছি এন(আই এম)ৰ নেতৃবৃন্দৰ লগতে অন্যান্য দল-সংগঠনৰ নেতৃবৃন্দ
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইবা মাহ ধৰি বৃহত্বৰ নাগালিম গঠন আৰু নাগা চুক্তিৰ বিষয়টোৱে নাগালেণ্ডকে ধৰি অসম, অৰুণাচল আদি ঠাইৰ বাসিন্দাসকলৰ মাজত গভীৰ চিন্তাৰ উদ্বেগ ঘটাইছে। ঠিক সেইদৰে কিছু দিন পূৰ্বে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে নাগালেণ্ডৰ সকলো দল-সংগঠনে নিৰ্বাচনৰ দিন ঘোষণাৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। উক্ত দল-সংগঠন সমূহে নাগা শান্তি চুক্তি আৰু নাগালিম গঠনৰ বিষয়টো সম্পূৰ্ণ সমাধান নোহোৱা পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ অনুৰোধ জনায়।

বিভিন্ন দল-সংগঠনৰ লগতে এন এছ ছি এন(আই এম)য়ে নাগালেণ্ডৰ বিধানসভা নিৰ্বাচন স্থগিত ৰখাৰ বাবে প্ৰধান মন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Apply Now

নাগালিম বিষয়টো নিৰ্বাচনৰ পূৰ্বে সমাধান নকৰিলে নিৰ্বাচনৰ সময়ত ৰাজ্যখনত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে তাৰ বাবে দায়ী কিন্তু একমাত্ৰ কেন্দ্ৰীয় চৰকাৰ। এই কথাখিনি স্পষ্ট ৰূপত উল্লেখ আছে প্ৰধান মন্ত্ৰীক দিয়া স্মাৰক পত্ৰখনত।

নাগালেণ্ড জনজাতি পৰিষদ, গাওঁ বুঢ়া ফেডাৰেশ্যন অৱ নাগালেণ্ড, কেন্দ্ৰীয় নাগালেণ্ড প্ৰৱাসী পৰিষদ, ৰেংমা হহ’, দুৰ্নীতি আৰু অপ্ৰশমিত কৰাৰোপণৰ বিৰোধি( Against Corruption and Unabated Taxation) সংগঠনৰ লগতে আন বহু দল-সংগঠনে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আগত কেন্দ্ৰীয় চৰকাৰে বিষয়টো শীঘ্ৰে সমাধান কৰাৰ দাবী উত্থাপণ কৰে।

তাৎপৰ্যপূৰ্ণ যে ACAUT য়ে নিৰ্বাচনৰ পৰিৱৰ্তে ৰাজ্যখনৰ নাগা শান্তি চুক্তি আৰু নাগালিম গঠনৰ বিষয়টো সমাধান নোহোৱা পৰ্যন্ত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰহে পোষকতা কৰে। লগতে সংগঠনটোৱে কয় যে যদিহে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰে তেন্তে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd