• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা : ১১ জানুৱাৰিত জনজাতি সংগঠনসমূহৰ ‘অসম বন্ধ’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2019 8:53 am
assam bandh on 23 and 24 july

প্ৰতিনিধিত্বমূলক ছবি

1.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে বৰ্তমানৰ অনুসূচিত জনজাতিসকলৰ মৰ্যাদাত আঘাত হানিব বুলি শংকিত হৈ জনজাতি সংগঠনসমূহে এই কাৰ্যৰ বিৰুদ্ধাচৰণ হিচাপে অহা ১১ জানুৱাৰিত আহ্বান জনাইছে অসম বন্ধ।

জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ সংবিধান (অনুসূচিত জনজাতি) সংশোধনী বিধেয়ক ২০১৯ৰ বিৰোধিতাত ১১ জানুৱাৰিৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।

উল্লেখ্য যে প্ৰকৃত জনজাতিক বঞ্চনা কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ওলোৱাৰ উদ্দেশ্য ৰাজনৈতিক অভিসন্ধি বুলি আখ্যা দিয়াৰ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ প্ৰকৃত জনজাতিসকলক নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ প্ৰতিবাদতে কাইলৈ অসম বন্ধ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লোকসভা নিৰ্বাচনৰ আগে আগে বিজেপিয়ে ৰাজনৈতিক মুনাফা আদায়ৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰকৃত জনজাতিসকলক সম্পূৰ্ণ অন্ধকাৰত ৰাখি লোৱা এই সিদ্ধান্ত কোনো কাৰণতেই মানি লোৱা নহ’ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব আৰু প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক তথা ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে জানিবলৈ দিয়ে।

Recent News

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd