• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰং জিলা প্ৰশাসনৰ দ্বাৰা মঙলদৈত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
January 10, 2019 5:31 pm
20190110_133936
402
VIEWS
Share on FacebookShare on Twitter

দৰং জিলা প্ৰশাসনে নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজত আজি ১০ জানুৱাৰি বৃহস্পতিবাৰে মঙলদৈ চহৰৰ একাংশ অঞ্চলত এটা উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনৰ  উচ্ছেদকাৰী দলটোৱে মঙলদৈ চহৰৰ মঙলদৈ বাণিজ্য মহাবিদ্যালয় আৰু মঙলদৈ নদীৰ পূব অংশৰ ৱাৰ্ড নং ৬ত এই উচ্ছেদ অভিযান চলায়।

দুখন বুলডজাৰ সহ ৰাজহ আৰু পৌৰ নিগমৰ কৰ্মচাৰী আৰু শ্ৰমিকেৰে গঠিত এই বিশাল গোটটোৱে কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজত এই উচ্ছেদ অভিযান চলায়। উচ্ছেদকাৰী সকলে প্ৰায় ৫০ টা পৰিয়ালে বেদখল কৰি থকা কেইবা বিঘাও ভুমি বেদখলমুক্ত কৰি লয়।

আৰক্ষী অধীক্ষক শ্ৰীজিৎ থিৰাভিয়াম, অতিৰিক্ত জিলা উপায়ুক্ত (ৰাজহ) হৰিপ্ৰসাদ বৰা,  অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰধান কাৰ্যালয়) সত্যজিৎ নাথ আৰু মঙলদৈ ৰাজহ চক্ৰৰ ৰাজহ বিষয়া দীপশিখা শইকীয়া আদি জিলাখনৰ অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ স্থানীয় বিষয়াসকলে এই উচ্ছেদ অভিযানৰ নিৰীক্ষণ কৰিছিল।

জানিব পৰা মতে আজি যিহেতু এই উচ্ছেদ অভিযান সম্পন্ন নহ’ল সেয়েহে এই অভিযান শুকুৰবাৰলৈ চলি থাকিব। উল্লেখ্য যে বেদখলকাৰীসকলে উচ্ছেদ অভিযানক প্ৰতিৰোধ কৰিবলৈ কোনো প্ৰচেষ্টা চলোৱা নাছিল।

Recent News

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd