• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিটলাৰৰ আদৰ্শ অনুকৰণ কৰি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 11, 2019 3:00 pm
e404ced2-339d-4a12-a357-4a2282043abb

শুকুৰবাৰে গুৱাহাটীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড০ হীৰেন গোহাঁইক যি দমন নীতি প্ৰয়োগ কৰিলেও আন্দোলন বন্ধ নহ’ব। এইবোৰ কৰি জুই বেছিকৈ জ্বলাবহে বিচাৰিছে। হিটলাৰৰ আদৰ্শ অনুকৰণ কৰি চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। হীৰেন গোহাঁইয়ে দেশৰ হৈ মাত মাতি আছে, তেওঁ দেশদ্ৰোহিতা কৰা নাই। এই মন্তৱ্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

আজি গুৱাহাটীত এখন সংবাদেমলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ মানুহ সহজ সৰল কিন্তু দুৰ্বল নহয়। অসমীয়া মানুহক দমন কৰাটো অতি ভুল কাম। দমন কৰিব বিচৰা সকলৰ গাত তেজ নাই বুলিও গগৈয়ে মন্তব্য কৰে।

Apply Now

‘’যাৰ ভোট লৈ মুখ্য মন্ত্ৰী আৰু মন্ত্ৰী হ’ল, সেইসকলে এতিয়া উপলব্ধি কৰিছে বিজেপিক কিয় ভোট দিলো বুলি,’’-গগৈয়ে কয়।

মুখ্য মন্ত্ৰীয়ে কলা, কণাৰ ভাও জুৰিছে বুলি কটাক্ষ কৰি গগৈয়ে চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমীয়া লোকক প্ৰতাৰণা কৰিছে বুলি অভিযোগ কৰে। গগৈয়ে কয়,‘’তেওঁ আগতে অগপক প্ৰতাৰণা কৰিলে, এতিয়া জাতিটোক কৰিলে।‘’

অসমীয়া কলা-সংস্কৃতি ৰাখিবলৈ হ’লে মানুহ আনিব লাগে বুলি বিজেপিয়ে আভুৱা ভাৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে যিহেতু ১০ বছৰে বাংলাদেশী অহা নাই গতিকে বিজেপিৰ চকুত টোপনি নাইকিয়া হৈছে। সেয়ে বাংলাদেশী আনিবলৈ মন মেলি আছে।

গগৈয়ে অভিযোগ কৰি কয় যে মণিপুৰৰ মুখ্যমন্ত্ৰী, ত্ৰিপুৰাৰ মিত্ৰজোঁটে বিধেয়কখনৰ বিৰোধিতা কৰিছে। কিন্তু অসমৰ হিমন্ত, চন্দ্ৰমোহন পাটোৱাৰীয়ে মোদী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙক অসম শান্ত হৈ আছে বুলি আশ্বাস দিছে।

আনহাতে, প্ৰতিবাদী জনতাক ৰুদ্ধ কৰিবলৈ জাৰি কৰা ১৪৪ ধাৰা সম্পৰ্কতো মন্তৱ্য কৰি গগৈয়ে কয়, ‘’১৪৪ ধাৰা দিয়াটো চৰকাৰৰ দমন নীতি। প্ৰথমতে মই ১৪৪ ধাৰা ভাঙিম, কংগ্ৰেছক মই নেতৃত্ব দিম। চিঞৰি চিঞৰি হ’লেও মই জেইলত যাম।‘’

তদুপৰি, অসমীয়া মানুহৰ আবেগক কংগ্ৰেছে চিনি পাইছিল বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কয়,‘’সৰ্বানন্দৰ নিচিনা গোৱাল গালি ৰাইজে মোক পৰা নাছিল। মই ৰাইজৰ এনে গালিৰ পৰা হাত সাৰি আছিলো।‘’

আনহাতে, বিজেপিয়ে এতিয়া ৰক্ষকেই ভক্ষকৰ ভূমিকা লোৱা বুলি অভিযোগ কৰি গগৈয়ে কয়,‘’নাগৰিকত্ব সংশোধনী বিধেয়কে দেশৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব। আলফাৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব বিচাৰিছে বিজেপিয়ে। অসমৰ যুৱক যুৱতীৰ যাতে আশা আকাংক্ষা বিঘ্নিত নকৰে সেই আহ্বান জনাইছো।‘’

ইপিনে, ৰাজ্যৰ গৃহবিভাগ অকমৰ্ণ্য হৈ পৰিছে বুলি উল্লেখ কৰি গগৈয়ে উভতি ধৰি কয়,’’বেংগলৰ নিৰাপত্তাৰক্ষীৰ উপদেষ্টা আনিবলগীয়া পৰিস্থিতি হৈছে, অসমত মানুহ নাছিল নেকি?’’ তদুপৰি, কটাক্ষ কৰি গগৈয়ে কয়, ‘’এতিয়া মুখ্য মন্ত্ৰীয়ো বেলেগৰ পৰা আনিবলগীয়া পৰিস্থিতি হ’ব পাৰে। ৰাম মাধৱক পাতিব পাৰে মুখ্য মন্ত্ৰী।‘’

চাকৰিৰ সংৰক্ষণ সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে লগতে প্ৰশ্ন কৰে যে য’ত চাকৰিয়েই নাই, চাকৰিৰ বাবে আসন সংৰক্ষণ কৰি কি লাভ?
বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিজেপিয়ে বিভেদ সৃষ্টি কৰিলে বুলি উল্লেখ কৰি গগৈয়ে লগতে কটাক্ষ কৰে, ‘’এতিয়া মুখ্য মন্ত্ৰীৰ মুখৰ পৰা বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ কথা নোলোৱা হ’ল।‘’

আনহাতে, প্ৰাক্তন বাঙালী ছাত্ৰ নেতা প্ৰদীপ দত্ত ৰয়ে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সকীয়নি দি কৰা মন্তৱ্য সন্দৰ্বত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয়, ‘’অসম বিশ্ববিদ্যালয়ত অসমীয়া খিলঞ্জীয়াক তেওঁ নামভৰ্তি কৰাৰ সুযোগ নিদিওঁ বুলি ক’লেই নহ’ব। পঢ়া-শুনা কৰাৰ অধিকাৰ সকলোৰে আছে।‘’

তাৎপৰ্যপূৰ্ণভাৱে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্তৱ্য কৰে, ‘’অসমত লোকসভা নিৰ্বাচনত জনসাধাৰণেও বিজেপিক শূন্য কৰি পঠাব লাগিব। অগপকো জিকাই দিয়ক, চিপিআইএমক জিকাওক, নিৰ্দলীয়ক জিকাওক, কিন্তু বিজেপিক শূন্য কৰি পঠাব লাগিব।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd