• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সলনি হৈছে দিন-কাল!! বিহুৰ মেজিটোও বজাৰৰ পণ্যৰ মাজলৈ আহিল

সময়ে কেৱল ভেলাঘৰৰ চেহেৰাকে সলনি কৰা নাই, মেজিকো বজাৰ পোৱালেহি

by
January 14, 2019 5:56 pm
Meji in Market

গুৱাহাটীৰ চানমাৰিত এজন যুৱকে মেজি বিক্ৰী কৰি থকা দেখা গৈছে।

830
VIEWS
Share on FacebookShare on Twitter

সময়ৰ গতিত কি সলনি নহয়! সময়ে কেৱল ভেলাঘৰৰ চেহেৰাকে সলনি কৰা নাই। অসমীয়া লোকজীৱনত মাঘ বিহুৰ অন্যতম বৈশিষ্ট্য মেজিটোও এতিয়া বাজৰৰ পণ্য হিচাপে ক্ৰয়-বিক্ৰয় হোৱাৰ দিন আহিল। হয়, মহানগৰৰ অতি ব্যস্ত জীৱন প্ৰণালী আৰু সীমাবদ্ধতাৰ বাবে মানুহে ইচ্ছা থকা সত্ত্বেও এটা মেজি জ্বলোৱাৰ হেঁপাহটোৰ পৰা দূৰত থাকিবলৈ বাধ্য হয়। কিন্তু এইবাৰ মহানগৰত দেখা গ’ল হাজাৰ জনৰ সেই হেঁপাৰ আঁচল ধৰি মেজি বজাৰত বেচা-কিনা আৰম্ভ হ’ল।

আজি মহানগৰীৰ চানমাৰিৰ দেখা গ’ল বিক্ৰীৰ বাবে সজাই থোৱা অৱস্থাত কেইবাটাও মেজি। এই বিভিন্ন মূল্যৰ মেজিবোৰ মৰিগাঁৱৰ ভদ্ৰেশ্বৰ ডেকাই। মেজিবোৰ শুকান কলপাত আৰু খেৰেৰে এনেকৈ বনোৱা হৈছে যে এইবোৰ কিনি গ্ৰাহকে সহজেই দাঙি নি নিজৰ ঘৰলৈ লৈ যাব পাৰে।

বিহুৰ বজাৰ কৰিবলৈ অহা বহুতে লাড়ু-পিঠা কিনিছে যদিও নতুন বস্তু চোৱাদি অলপ আচৰিত হৈ মেজিবোৰ চাই, আকৌ কিবা এটা ভাবি গুচি গৈছে। হয়তো সংকোচেৰে ভাবিছে “মেজিও কিনিম নে?”

দুই-এজনে অৱশ্যে দাম সুধিছে। ভদ্ৰেশ্বৰ ডেকাই জনোৱামতে, মেজিসমূহৰ তেওঁ মূল্য নিৰ্ধাৰণ কৰিছে ১২০০ টকা। কিন্তু ৬০০ৰ পৰা ৮০০ টকাৰ মূল্যতো গ্ৰাহকক এৰি দিছে।

অসমীয়া মানুহৰ ‘দেখাক দেখি কৰা’ যি স্বভাৱ, ভদ্ৰেশ্বৰ ডেকাৰ মেজিৰ ব্যৱসায় যদি লাভজনক দেখে অহাবাৰ অনেকে এই ম’বাইল মেজি লৈ মহানগৰীৰ বজাৰ ভৰাই দিয়া দেখিবলৈ পোৱা যাব পাৰে।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd