• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন : জোনাইত মনোনয়ন প্ৰত্যাহাৰৰ হুমকিৰে নিৰ্দলীয় প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ শাসকীয় দলৰ

মনোনয়ন প্ৰত্যাহাৰৰ হেঁচাত সেও নমনা বাবেই নিৰ্দলীয় প্ৰাৰ্থীৰ ঘৰ লণ্ডভণ্ড কৰিলে গণশক্তিৰ প্ৰাৰ্থীৰ গুণ্ডা বাহিনীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2019 8:08 pm
Jonai Police Thana Gherao

অভিযুক্ত ৰাজু মেদকক গ্ৰেপ্তাৰৰ দাবীত জোনাই থানা ঘেৰাও স্থানীয় ৰাইজৰ। ১৪ জানুৱাৰিত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২১ জানুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী হিংসাত লিপ্ত হোৱাৰ অভিযোগ উঠিছে শাসকীয় দল গণশক্তি-বিজেপিৰ যুটীয়াভাৱে প্ৰক্ষেপিত প্ৰাৰ্থীৰ বিৰুদ্ধে। জোনাই মহকুমাৰ অন্তৰ্গত গালী বিজয়পুৰ সমষ্টিৰ গণশক্তিৰ প্ৰাৰ্থী ৰাজু মেদকৰ বিৰুদ্ধে উঠিছে এই অভিযোগ।

সমষ্টিটোৰ স্থানীয় ৰাইজে অভিযোগ কৰামতে, সমষ্টিটোৰ গণশক্তিৰ প্ৰাৰ্থী ৰাজু মেদকে তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে উঠা তথা মনোনয়ন পত্ৰ দাখিল কৰা কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় পেগু আৰু নিৰ্দলীয় হিচাপে উঠা হীৰেন কুটুমক মনোনয়ন পত্ৰ উঠাই ল’বলৈ অনুৰোধ কৰে, যাতে তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ’ব পাৰে। এই কথাত কংগ্ৰেছৰ প্ৰাৰ্থীজনে যুক্তি দেখুৱাই যে তেওঁ উঠাই ল’লেও নিৰ্দলীয় প্ৰাৰ্থীজন যিহেতু থাকিবই, গতিকে তেৱোঁ প্ৰত্যাহাৰ কৰাৰ যুক্তি নাই।

ইয়াৰ পিছতে নিৰ্দলীয় হীৰেন কুটুমক তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ হুমকি দিয়ে ৰাজু মেদকৰ বাহিনীয়ে। কিন্তু সন্মত নোহোৱাত ১৩ জানুৱাৰিৰ ৰাতি তেওঁৰ গুণ্ডা বাহিনী পঠিয়াই হীৰেন কুটুমৰ ঘৰ লণ্ডভণ্ড কৰে। ২২জনীয়া এটা দলে কুটুমৰ ঘৰ লণ্ডভণ্ড কৰাৰ লগতে কুটুমৰ ঘৰত থকা গাভৰু ছোৱালীক অশ্লীল ভাষাৰে গালি-গালাজ কৰে বুলি অভিযোগ উঠিছে। মন কৰিব লগীয়া যে ১৪ জানুৱাৰি আছিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।

ইপিনে ঘটনাৰ পিছতে ৰাজু মেদকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা সত্ত্বেও আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই। ক্ষমতাসীন দলৰ প্ৰতি আৰক্ষীৰ এই পক্ষপাতিত্বত ক্ষুব্ধ হৈ স্থানীয় লোকে ১৪ জানুৱাৰিত জোনাই আৰক্ষী থানা ঘেৰাও কৰে। পুলিচ প্ৰশাসন হায় হায়, পুলিচ প্ৰশাসন হুঁচিয়াৰ শ্ল’গান দি স্থানীয় লোকসকলে আৰক্ষীক অভিযুক্তৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল’বলৈ দাবী জনায়।

“গোটেই ঘৰৰ আচবাব লণ্ড-ভণ্ড কৰি, ভাঙি-ছিঙি থৈ গৈছে। হীৰেন কুটুমৰ ঘৰত দুজনী ছোৱালী আছিল আৰু সিহঁতে কিছু দিনৰ পিছতে হায়াৰ ছেকেণ্ডাৰি পৰীক্ষা দিব লগীয়া আছিল। এগৰাকী বুঢ়ী মানুহ আছিল। সিহঁত এতিয়া ভয়তে ক’ত লুকাই আছে গম পোৱা নাই।” এগৰাকী স্থানীয় মহিলাই সংবাদ মাধ্যমৰ আগত কয়।

আনহাতে ৮৫ শতাংশ মিচিং মানুহ থকা জোনাইৰ ৭টা সমষ্টিৰ ৪ টাত অমিচিং প্ৰাৰ্থী দিয়া বুলিও গণশক্তি-বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিছে একাংশ মিচিং লোকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

September 13, 2025 1:05 pm
নিয়ম উলংঘা কৰাৰ বাবে RBIয়ে PhonePeক বিহিলে ২১ লাখ টকাৰ জৰিমনা

নিয়ম উলংঘা কৰাৰ বাবে RBIয়ে PhonePeক বিহিলে ২১ লাখ টকাৰ জৰিমনা

September 13, 2025 1:01 pm
ভাৰতে কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব লাগিব? উত্তৰ দিলে অনুৰাগ ঠাকুৰে

ভাৰতে কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব লাগিব? উত্তৰ দিলে অনুৰাগ ঠাকুৰে

September 13, 2025 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

মেঘালয়ত ৰাজা ৰঘুবংশীৰ হত্যা, জামিন আবেদন দাখিল সোণমৰ; চাৰ্জ শ্বীটত ‘ত্ৰুটি’ থকাৰ দাবী

September 13, 2025 1:39 pm
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ৰে’লপথ পালে মিজোৰামে : নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে দিল্লী সংযোগী ৰে’ল

September 13, 2025 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd