• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাক সকীয়াই দিলে দলে

ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু মুখ্য মন্ত্ৰীৰ ভাবমূৰ্তি বিনষ্টৰ ষড়যন্ত্ৰ বুলি কৈছিল বিধায়কজনে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2019 8:46 am
Rituparna Barua

লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিত থাকিও দল আৰু চৰকাৰৰ কাম-কাজক মুকলিকৈ সমালোচনা কৰি অহা লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাক সকীয়াই দিছে দলে। দলৰ এটা সূত্ৰই জনোৱা মতে, বিধয়াকজনক দল আৰু চৰকাৰৰ ক্ষতি হোৱা কোনো কথাকে ৰাজহুৱাকৈ নক’বলৈ মৌখিক নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে স্পষ্টবাদী বিধায়কজনে দুদিন মান পূৰ্বে সংবাদ মাধ্যমৰ আগত ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰটো মুখ্য মন্ত্ৰীৰ অজ্ঞাতে গৃহ বিভাগৰ কোনো বিষয়াই ৰুজু কৰিছিল বুলি দাবী কৰে। ইয়াক ড০ গোহাঁইৰ বিৰুদ্ধে নহয়, সোণোৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলিও কৈছিল বিধায়কজনে।

Apply Now

‘এই বেয়া সময়খিনিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অধিক বিপৰ্য্যয়ৰ মাজলৈ ঠেলি দিবলৈ তেওঁৰ অজ্ঞাতে গৃহ বিভাগৰ কোনো বিষয়াই অসমৰ বুদ্ধিজীৱী চিন্তাবিদ ড০ হীৰেন গোহাঁই ছাৰৰ বিৰুদ্ধে গোচৰ উঠাইছিল।’ এয়াই আছিল বিধায়কজনৰ মন্তব্য।

সংবাদ মাধ্যমৰ আগত বিধায়কজনৰ এই মন্তব্যই তীব্ৰ অস্বস্তিত পেলাইছিল চৰকাৰক। কাৰণ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটোৱে ইতিমধ্যে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু ইয়াক চৰকাৰৰ ফেচিবাদী ৰূপৰ নমুনা আখ্যা দিয়া হৈছিল।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধেও স্পষ্ট স্থিতিৰে লাহোৱালৰ বিধায়কজন সৰৱ হৈ আহিছে আৰু দল, চৰকাৰক ইয়াৰ বাবে সমালোচনা কৰি আহিছে।

অৱশ্যে দলে বেয়া পালেও বিধায়কজনৰ এই ‘বিদ্ৰোহ’ক ব্যাপক সমৰ্থন দিছে তেওঁৰ সমষ্টিবাসী ৰাইজে। ‘বিধেয়কখনৰ বিৰোধিতা কৰি যাওক আমি আপোনাৰ লগত সদায়ে আছো’ বুলি ছ’চিয়েল মিডিয়া ফেইচবুকত বিধায়কজনৰ টাইমলাইনত অনেক য়ুজাৰে, যিসকল তেওঁৰ সমষ্টিৰ মানুহ, লিখা দেখা গৈছে।

বিধায়কজনক মুখ বন্ধ কৰিবলৈ ১৬ জানুৱাৰিত দলে দিয়া নিৰ্দেশৰ পিছতে এজন অনুগামীয়ে বিধায়কজনৰ টাইমলাইনত লিখিছে, ‘হিমন্ত বিশ্ব শৰ্মাই যি ইচ্ছা তাকে ক’ব পাৰে, কৰিব পাৰে৷ ঋতুপৰ্ণ বৰুৱাই জাতিৰ স্বাৰ্থত মাত এষাৰ মাতিলেও মুখ বন্ধ কৰি দিয়া হয়৷ বন্ধু ভয় নকৰিবা৷ তুমি তুমি হৈয়েই থাকা৷ তোমালৈ সিহঁতে ভয় কৰে… ৷ তুমি ভয় নকৰিবা৷ কোটি কোটি অসমীয়াৰ বাবে তুমি আজি Hero. Zero নহ’বা ৷ আমি লাজ পাম৷ মুখ বন্ধ নকৰিবা৷’

ইপিনে যদিও এই পৰ্য্যন্ত বিধায়কনজনে দলৰ হুমকিৰ প্ৰতিক্ৰিয়া কৰা নাই, তেওঁ অচিৰেই ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ সম্ভাৱনা আছে। কাৰণ তেওঁৰ স্পষ্টবাদিতাই সেই সম্ভাৱনাৰে ইংগিত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd