• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অটল আছু; সমুজ্জ্বল ভট্টাচাৰ্য্যলৈ ফোন গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 18, 2019 5:37 pm
CAB in parliament: Rajnath Singh asks BJP MPs to be present

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং। সৌজন্য: financialexpress.com

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কৰ বাতিলৰ দাবীত অটল অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক নিৰৱচ্ছিন্ন প্ৰতিবাদৰ মাজতে বিষয়টো আলোচনাৰ জৰিয়তে মীমাংসাৰ বাবে সমুজ্জ্বল ভট্টাচাৰ্য্যক ফোনযোগে প্ৰস্তাৱ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে।

কিন্তু ৰাজনাথ সিঙৰ প্ৰস্তাৱৰ বিপৰীতে বিধেয়কখন বাতিলৰ দাবীতহে অটল থকাৰ কথা জনাই দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।

Apply Now

“অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, অসম চুক্তিক উলংঘা কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিল যিকোনো প্ৰকাৰে বাতিল হ’বই লাগিব,” সিঙক এই কথা জনোৱা বুলি শুকুৰবাৰে চহিদ ন্যাসত আয়োজিত সংবাদমেলত সদৰী কৰে ভট্টাচাৰ্য্যই।

লগতে পঢ়ক– ত্ৰিপুৰাৰ পিছত বিজেপিশাসিত মণিপুৰত প্ৰতিবাদীক আক্ৰমণ আৰক্ষীৰ, সমগ্ৰ উত্তৰ-পূবত বিধেয়কৰ জুই

ভট্টাচাৰ্য্যই লগতে কয় যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত সম্পাদিত ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ জৰিয়তেহে জলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হ’ব লাগিব।

গৃহ মন্ত্ৰী সিঙে ফোনযোগে অসমৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভতো বুজ লোৱা বুলি জনাই ভট্টাচাৰ্য্যই।

লগতে পঢ়ক– আছুলৈ কেন্দ্ৰৰ প্ৰস্তাৱ চিধা প্ৰত্যাখ্যান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

ইপিনে অহা ৩১ জানুৱাৰিৰ পৰা হ’বলগীয়া বাজেট অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে বিলখন পুনৰ আনিব বুলি আশংকা কৰি ভট্টাচাৰ্য্যই ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ’বই লাগিব বুলি দোহাৰে।

তেওঁ কয় ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে অহা ২৩ জানুৱাৰিত লতাশিল খেলপথাৰত খিলঞ্জীয়াৰ ব্ৰজনিনাদ কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd