• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুলৈ কেন্দ্ৰৰ প্ৰস্তাৱ চিধা প্ৰত্যাখ্যান সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2019 4:39 pm
high-level-committee-on-assam-accord-clause-6-aasu-rejects-centres-proposal

গৃ্হ মন্ত্ৰ্যালয়ৰ জাননীখনৰ প্ৰতিলিপি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ ৬নং দফা কাৰ্য্যকৰীকৰণ পৰ্য্যালোচনাৰ বাবে শনিবাৰে গঠন কৰা উচ্চস্তৰীয় সমিতিত কেন্দ্ৰই আছুলৈ আগবঢ়োৱা প্ৰতিনিধিত্বৰ প্ৰস্তাৱ পোনচাটে প্ৰত্যাখ্যান কৰিছে সমুজ্জ্বল ভট্টাচাৰ্য্যই।

যোৱা বুধবাৰে বহা নৰেন্দ্ৰ মোদী কেবিনেটৰ অনুমোদন মৰ্মে গঠিত সমিতিখনক “অৰ্থহীন”ৰূপে অভিহিত কৰিছে আছুৰ মুখ্য উপদেষ্টাজনে।

Apply Now

“কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰাৰ বাবে সমিতি গঠন কৰাৰ কথা কোৱাৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ৫নং দফা উলংঘা কৰিব বিচাৰিছে। গতিকে এই সমিতিখন অৰ্থহীন,” নৰ্থ ইষ্ট নাও-ত মন্তব্য ভট্টাচাৰ্য্যৰ।

আছুৰ মুখ্য উপদেষ্টা হোৱাৰ লগতে উত্তৰ-পূবৰ সমূহ জাতীয় ছাত্ৰ সংগঠনৰ প্ৰধান মুখ ভট্টাচাৰ্য্যই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাতো ৰাজনৈতিকভাৱে অত্যন্ত তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে। অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ প্ৰতিশ্ৰুতি বহনকাৰী অসম চুক্তিৰ ৬নং দফা কাৰ্য্যকৰীকৰণ আৰু একে সময়তে ৰাজ্যৰ খিলঞ্জীয়াই সৰ্বাত্মক বিৰোধ কৰা নাগৰিকত্ব বিধেয়কলৈ খোদ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া সমৰ্থন আসন্ন লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি আগবঢ়োৱা বিজেপি চৰকাৰৰ টোপৰূপে ৰাজ্যজুৰি সমালোচিত হৈছিল।

লগতে পঢ়ক– মোদী কেবিনেটৰ সিদ্ধান্তসমূহ: অসম চুক্তিৰ ৬নং দফা আৰু বড়ো দাবী সন্দৰ্ভত

লগতে পঢ়ক– আছুৰ বন্ধলৈ সৰ্বাত্মক সমৰ্থন ৭০টা সংগঠনৰ

মোদী কেবিনেটৰ অনুমোদনক্ৰমে কেন্দ্ৰৰ গৃ্হ বিভাগে গঠন কৰা সমিতিখনত অধ্যক্ষৰূপে লোৱা হৈছে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মদন প্ৰসাদ বেজবৰুৱাক।

আছুৰ এজনলৈ প্ৰতিনিধিত্বৰ প্ৰস্তাৱেৰে সমিতিখনত সদস্যৰূপে ৰখা হৈছে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ অধ্যাপক নগেন শইকীয়া, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুকুন্দ ৰাজবংশী, অসমৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰগোহাঁই আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙক।

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সমিতিখনৰ সদস্য সচিবৰূপে থাকিব।

সমিতিখনে পৰৱৰ্তী ৬ মাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু এই ক্ষেত্ৰত সকলো প্ৰশাসনীয় আৰু যাৱতীয় সহযোগিতা আগবঢ়াব ৰাজ্য চৰকাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd