• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ্নিৰ্মিত হ’ব হাইলাকান্দিৰ এছকে ৰয় অসামৰিক চিকিৎসালয়

ৰাহুল চক্ৰবৰ্তী by ৰাহুল চক্ৰবৰ্তী
January 19, 2019 6:59 am
IMG20190118161750
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৱাৰগ্ৰিড কৰ্প’ৰেশ্যন অব ইণ্ডিয়া, উত্তৰ পূৰ্বাঞ্চলে ইয়াৰ কৰ্প’ৰেট ছচিয়েল ৰেছপনছিবিলিটী উদ্যোগৰ অধীনত অনুমোদন কৰা ৩.৮০ কোটি টকাৰে হাইলাকান্দিৰ ১০০ বিচনাযুক্ত এছকে ৰয় অসামৰিক চিকিৎসালয়খনৰ মেৰামতি আৰু পুনৰ্নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰা হৈছে।

১৮ জানুৱাৰি শুকুৰবাৰে এই সন্দৰ্ভত পাৱাৰগ্ৰিড কৰ্প’ৰেশ্যন আৰু হাইলাকান্দি জিলা প্ৰশাসনৰ মাজত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হৈ যায়। অসামৰিক চিকিৎসালয়খনৰ চৌহদত অনুষ্ঠিত এটা অনুষ্ঠানত এই চুক্তি স্বাক্ষৰিত হৈ যায়। জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত আদিল খান আৰু পাৱাৰগ্ৰিডৰ হকে কৰ্প’ৰেশ্যনটোৰ মহাপ্ৰৱন্ধক (মানৱ সম্পদ) এ কে বৰঠাকুৰৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈ যায়।

স্থানীয় বিধায়ক আনৱাৰ হুছেইন লস্কৰ,পাৱাৰগ্ৰিডৰ মহাপ্ৰৱন্ধক (মানৱ সম্পদ)বৰঠাকুৰ, অতিৰিক্ত উপায়ুক্ত ই এল ফেয়াৰহেইম, স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ড০ আবেদ ৰছুল মজুমদাৰ আৰু এছকে ৰয় অসামৰিক চিকিৎসালয়ৰ তত্ত্বাৱধায়ক ড০ সুদীপ কুমাৰ চক্ৰবৰ্তীৰ উপস্থিতিত উক্ত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত আদিল খানে।

চিকিৎসালয়খনৰ প্ৰস্তাৱিত মেৰামতি আৰু উন্নয়নে চিকিৎসালয়খনৰ কেইটামান অতি ভীৰ হোৱা ৱাৰ্ডৰ হেঁচা হ্ৰাস কৰিব বুলি আশা কৰা গৈছে। পৰিকল্পনা অনুসৰি, বৰ্তমানৰ গাঁথনিৰ আধুনিকীকৰণ কৰা হ’ব। চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনাইছে, ‘‘এই গুৰুত্বপূৰ্ণ পুনৰ্নিৰ্মাণৰ উদ্দেশ্য হৈছে ৱাৰ্ডসমূহৰ ভীৰ হ্ৰাস কৰা আৰু ৰোগীৰ কষ্ট লাঘব কৰা।’’

ৰাহুল চক্ৰবৰ্তী

ৰাহুল চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd