• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্চৰ প্ৰথম সপ্তাহতেই লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা নিৰ্বাচন আয়োগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2019 10:19 am
Andhra-Pradesh-Odisha-Sikkim-Arunachal-Pradesh-polls-with-LS-elections-likely-680x365_c
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নিৰ্বাচন আয়োগে দেশখনৰ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন মাৰ্চৰ প্ৰথম সপ্তাহতেই ঘোষণা কৰাৰ আশা আছে বুলি এটা সূত্ৰত প্ৰকাশ। উল্লেখ্য যে বৰ্তমানৰ লোকসভাখনৰ কাৰ্যকাল চলিত বৰ্ষৰ ৩ জুনত সমাপ্ত হ’ব।

নিৰ্বাচন আয়োগে কোন মাহত আৰু কেইটা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব তাৰেই প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

Apply Now

সূত্ৰটোৱে আৰু জনাইছে যে পৰ্যায়সমূহৰ তালিকাভুক্তকৰণ নিৰ্ভৰ কৰিব নিৰাপত্তাৰক্ষীৰ উপলব্ধতা আৰু আন আন প্ৰয়োজনীয়তাৰ ওপৰত। তেওঁলোকে আৰু জনাইছে যে মাৰ্চৰ প্ৰথম সপ্তাহতেই লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ লগে লগে অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

জম্মু আৰু কাশ্মীৰত যিহেতু বিধানসভা ভংগ কৰি দিয়া হৈছে, সেয়েহে ইয়াত ৬ মাহৰ ভিতৰত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগ বাধ্য।

উল্লেখ্য যে স্বাভাৱিক অৱস্থাত জম্মু কাশ্মীৰৰ বিধাৰসভাৰ ৬ বছৰীয়া কাৰ্যকাল  ২০২১ৰ ১৬ মাৰ্চত সমাপ্ত হ’লহেতেন। জম্মু কাশ্মীৰৰ বাদে ভাৰতৰ আন আন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল ৫ বছৰীয়া।

উল্লেখ্য যে ২০০৪ চনত নিৰ্বাচন আয়োগে ফেব্ৰুৱাৰিৰ ২৯ তাৰিখে ৪টা পৰ্যায়ৰ নিৰ্বাচন ঘোষণা কৰিছিল। এপ্ৰিলৰ ২০ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ কৰা হৈছিল আৰু মে’ৰ ১০ তাৰিখে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হৈছিল।

আনহাতে ২০০৯ চনত নিৰ্বাচন আয়োগে মাৰ্চৰ ২ তাৰিখে ৫টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন ঘোষণা কৰিছিল। এপ্ৰিলৰ ১৬ তাৰিখে প্ৰথম ভোটগ্ৰহণ হৈছিল আৰু মে’ৰ ১৩ তাৰিখে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হৈছিল।

ইয়াৰ বিপৰীতে, ২০১৪ চনত মাৰ্চৰ ৫ তাৰিখে ৯টা পৰ্যায়ৰ লোকসভা নিৰ্বাচন ঘোষণা কৰিছিল। এপ্ৰিলৰ ৭ তাৰিখে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু মে’ মাহৰ ১২ তাৰিখে অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd